Skip to content
দুআ আৰু কোৰআন-হাদীছৰ দ্বাৰা প্ৰমাণিত জৰাফুঁকাৰ জৰিয়তে চিকিৎসা

দুআ আৰু কোৰআন-হাদীছৰ দ্বাৰা প্ৰমাণিত জৰাফুঁকাৰ জৰিয়তে চিকিৎসা

লেখকঃ মহান আল্লাহৰ মুখাপেক্ষী "আৰু আল্লাহৰ বাবে আছে সুন্দৰ সুন্দৰ নাম। এতেকে তোমালোকে তেওঁক সেইবোৰ নামেৰেই আহ্বান কৰা; আৰু যিসকলে তেওঁৰ নামসমূহক বিকৃত কৰে সিহঁতক বৰ্জন কৰা; সিহঁতৰ কৃতকৰ্মৰ ফল অনতিপলমে সিহঁতক দিয়া হ’ব।" (ছুৰা আল-আৰাফ: ১৮০) আল্লাহ (তেওঁৰ সত্ত্বাগত নাম) আল-আওৱাল (সৰ্বপ্ৰথম) আল-আখিৰ (সৰ্বশেষ) আজ্জাহিৰ (প্ৰকাশ্য) আল-বাতিন (অপ্ৰকাশ্য) আল-আলী (সুউচ্চ) আল-আ’লা (সৰ্বোচ্চ)

ভাষা: lang_as
প্ৰস্তুতকাৰী: ড. ছাঈদ বিন আলী বিন অহাফ আল-কাহতানী
সংস্কৰণ: 4.0
0%
Font size