উচ্চাৰণঃ "আল্লাহুম্মা ইন্নি আউজু বিকা মিন গালাবাতিত দাইন, অগালাবাতিল আদুউ, অশ্বামা-তাতিল আ'দা।
আব্দুল্লাহ বিন আমৰ ইবনুল আচ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এইবোৰ বাক্যৰ জৰিয়তে দুআ কৰিছিলঃ
উচ্চাৰণঃ "আল্লাহুম্মা ইন্নি আউজু বিকা মিন গালাবাতিত দাইন, অগালাবাতিল আদুউ, অশ্বামা-তাতিল আ'দা।" অৰ্থঃ হে আল্লাহ! মই তোমাৰ ওচৰত ঋণৰ বোজা, শত্ৰুৰ প্ৰাধান্য, আৰু শত্ৰুৰ আনন্দৰ পৰা আশ্ৰয় প্ৰাৰ্থনা কৰিছোঁ।
«اللَّهُمَّ إِنِّي أَعُوذُ بِكَ مِنْ غَلَبَةِ الدَّيْنِ، وَغَلَبَةِ الْعَدُوِّ، وَشَمَاتَةِ الْأَعْدَاءِ».
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ইয়াত কেইবাটাও বস্তুৰ পৰা আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰিছে। প্ৰথমঃ (اللهم إني أعوذ) মই আশ্ৰয় বিচাৰোঁ, (بك) কেৱল তোমাৰ ওচৰত, (من غلبة الدَّين) ঋণৰ বোজাৰ পৰা, লগতে মই তোমাৰ ওচৰত এই ঋণ পৰিশোধৰ কাৰণে সহায় প্ৰাৰ্থনা কৰোঁ। দ্বিতীয়ঃ (وغلبة العدو) শত্ৰুৰ প্ৰাধান্যতা আৰু বৰ্বৰতাৰ পৰাও আশ্ৰয় বিচাৰোঁ। লগতে শত্ৰুৰ হাত বিৰত ৰাখিবলৈ আৰু এই ক্ষেত্ৰত সহায় কৰিবলৈ তোমাৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। তৃতীয়ঃ (وشماتة الأعداء) মুছলিমসকলৰ বিপদ-আপদৰ সময়ত শত্ৰুৰ আনন্দ প্ৰকাশৰ পৰা তোমাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰোঁ।
আনুগত্য ব্যাহত কৰা আৰু দুশ্চিন্তা সৃষ্টি কৰিব পৰা প্ৰত্যেক কামৰ পৰা যেনে ঋণ আদিৰ পৰা, আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰিবলৈ উৎসাহিত কৰা হৈছে।
সাধাৰণতে ঋণ লোৱাত কোনো বাধা নাই, কিন্তু এনেকুৱা ঋণ গ্ৰহণ কৰা উচিত নহয় যিটো পৰিশোধ কৰাৰ সামৰ্থ নাই। এই ঋণকে বোজা বুলি কোৱা হৈছে।
মানুহে এনেকুৱা কাম পৰিহাৰ কৰা উচিত, যাৰ ফলত অপমানিত হ'বলগীয়া হয় তথা সমালোচনাৰ সন্মুখীন হ'বলগীয়া হয়।
এইটো বৰ্ণনা কৰা হৈছে যে, মুমিনসকলৰ সৈতে কাফিৰসকলে সদায় শত্ৰুতা পোষণ কৰে, তথা তেওঁলোকৰ বিপদ-আপদত সিহঁতে আনন্দ প্ৰকাশ কৰে।
মানুহৰ বিপদ-আপদত শত্ৰুৰ আনন্দই সেই বিপদতকৈও অধিক কষ্ট দিয়ে।
ছুনান নাছায়ী (8/ 265) (5475).
মুছনাদ আহমদ (11/ 189) (6618).
অধিক (6)
توضيح الأحكام من بلوغ المرام.
لعبد الله البسام (7/ 569).
منحة العلام في شرح بلوغ المرام.
لعبد الله الفوزان (10/ 450).
فتح ذي الجلال والإكرام.
لابن عثيمين (6/ 497).
গ্ৰন্থসমূহত উল্লেখিত
7 গ্ৰন্থসমূহ- গুৰুত্বপূৰ্ণ কিছুমান দুআ[1]"আল্লাহুম্মা ইন্নি আউজু বিকা মিন গালাবাতিত দাইন, অগালাবাতিল আদুউ, অশ্বামা-তাতিল আ'দা।" অৰ্থঃ হে আল্লাহ! মই তোমাৰ ওচৰত ঋণৰ বোজা, শত্ৰুৰ প্ৰাধান্য, আৰু শত্ৰুৰ আনন্দৰ পৰা আশ্ৰয় প্ৰাৰ্থনা কৰিছোঁ।
- কোৰআন আৰু হাদীছৰ পৰা সংগৃহীত কিছুমান দুআ الدعاء ويليه العلاج بالرقى من الكتاب والسنة (للوزارة)১২৩- "আল্লা-হুম্মা ইন্নি আউজু বিকা মিন গালাবাতিত দাইন, অগালাবাতিল আদুউ, অশ্বামা-তাতিল আ'দা।" অৰ্থঃ হে আল্লাহ! মই তোমাৰ ওচৰত ঋণৰ বোজা, শত্ৰুৰ প্ৰাধান্য, আৰু শত্ৰুৰ আনন্দৰ পৰা আশ্ৰয় প্ৰাৰ্থনা কৰিছোঁ।
- দুআ আৰু কোৰআন-হাদীছৰ দ্বাৰা প্ৰমাণিত জৰাফুঁকাৰ জৰিয়তে চিকিৎসাالدعاء من الكتاب والسنة১২৩- "আল্লা-হুম্মা ইন্নি আউজু বিকা মিন গালাবাতিত দাইন, অগালাবাতিল আদুউ, অশ্বামা-তাতিল আ'দা।"[86] অৰ্থঃ হে আল্লাহ! মই তোমাৰ ওচৰত ঋণৰ বোজা, শত্ৰুৰ প্ৰাধান্য, আৰু শত্ৰুৰ আনন্দৰ পৰা আশ্ৰয় প্ৰাৰ্থনা কৰিছোঁ।
অধিক (4)
- أدعية جامعةأدعية جامعة (للحرمين)98. «اللَّهُمَّ إِنِّي أَعُوذُ بِكَ مِنْ غَلَبَةِ الدَّيْنِ، وَغَلَبَةِ الْعَدُوِّ، وَشَمَاتَةِ الْأَعْدَاءِ».
- المختصر في آداب السفر وصفة الحج والعمرة وآداب الزيارة والأدعية الجامعة مع ملحق بالفتاوى والمخالفات4- أدعية جامعة (للحرمين)98. «اللَّهُمَّ إِنِّي أَعُوذُ بِكَ مِنْ غَلَبَةِ الدَّيْنِ، وَغَلَبَةِ الْعَدُوِّ، وَشَمَاتَةِ الْأَعْدَاءِ».
- تحفة الأخيار تحفة الأخيار (ببيان جملة نافعة مما ورد في الكتاب والسنة من الأدعية والأذكار)«اللَّهُمَّ إِنِّي أَعُوذُ بِكَ مِنْ غَلَبَةِ الدَّيْنِ، وَغَلَبَةِ الْعَدُوِّ، وَشَمَاتَةِ الَأعْدَاءِ» [23]
- تطبيق القرآن والأذكارأدعية النبي صلى الله عليه وسلم 123- ((اللَّهُمَّ إنِّي أَعُوذُ بِكَ مِنْ غَلَبَةِ الدَّيْنِ، وَغَلَبَةِ الْعَدُوِّ، وَشَمَاتَةِ الأعْدَاءِ))[137].