যি ব্যক্তিয়ে কোনোবা এখন ঠাইত থাকিবলৈ অৱতৰণ কৰে আৰু এই দুআ পাঠ কৰে (أعوذ بكلمات الله التَّامَّات من شرِّ ما خلَق) "আউজু বিকালিমাতিল্লাহিত তা-ম্মা-তি মিন শ্বাৰ্ৰি মা খালাক্ব"। সেই ব্যক্তি যেতিয়ালৈকে সেই ঠাই ত্যাগ কৰি গুচি নাযাব তেতিয়ালৈকে একোৱেই তেওঁক ক্ষতি কৰিব নোৱাৰিব।
খাওলা বিন্তে হাকীম আচ-ছুলামিয়্যাহ ৰাদ্বিয়াল্লাহু আনহাই কৈছে, মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ, তেখেতে কৈছেঃ
"যি ব্যক্তিয়ে কোনোবা এখন ঠাইত থাকিবলৈ অৱতৰণ কৰে আৰু এই দুআ পাঠ কৰে (أعوذ بكلمات الله التَّامَّات من شرِّ ما خلَق) "আউজু বিকালিমাতিল্লাহিত তা-ম্মা-তি মিন শ্বাৰ্ৰি মা খালাক্ব"। সেই ব্যক্তি যেতিয়ালৈকে সেই ঠাই ত্যাগ কৰি গুচি নাযাব তেতিয়ালৈকে একোৱেই তেওঁক ক্ষতি কৰিব নোৱাৰিব।"
«مَنْ نَزَلَ مَنْزِلًا ثُمَّ قَالَ: أَعُوذُ بِكَلِمَاتِ اللهِ التَّامَّاتِ مِنْ شَرِّ مَا خَلَقَ، لَمْ يَضُرَّهُ شَيْءٌ حَتَّى يَرْتَحِلَ مِنْ مَنْزِلِهِ ذَلِكَ».
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত তেওঁৰ উম্মতক উপকাৰী আশ্রয় প্রাৰ্থনাৰ প্রতি দিশ নিৰ্দেশনা দিছে। কোনো নতুন ঠাইলৈ ভ্ৰমণত গ'লে বা বিনোদনৰ উদ্দেশ্যে ক'ৰবাত ফুৰিবলৈ গ'লে নাইবা বেলেগ কোনো কাৰণত গ'লে তাত যিমান প্রকাৰ অনিষ্ট হোৱাৰ আশংকা থাকে ইয়াৰ দ্বাৰা সেই সকলোবোৰ প্রতিহত হয়। অৰ্থাৎ আল্লাহৰ এই পূৰ্ণাংগ বাণীৰ সহায়ত তেওঁৰ ফজল ও বৰকতত তেওঁৰ ওচৰত সুৰক্ষা বিচৰা হৈছে, আৰু সকলো প্ৰকাৰ ক্ষয়-ক্ষতিৰ পৰা নিৰাপত্তা কামনা কৰা হৈছে। আনকি ক্ষতি কৰিব পৰা সকলো সৃষ্টিৰ ক্ষতিৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰা হৈছে। গতিকে এই দুআ পাঠ কৰাৰ পিছত সেই ব্যক্তি যেতিয়ালৈকে সেই ঠাইত অৱস্থান কৰিব তেতিয়া তেওঁ সকলো প্ৰকাৰ ক্ষতিকাৰক বস্তুৰ পৰা নিৰাপদ থাকিব।
...:
আশ্ৰয় প্ৰাৰ্থনা কৰাটোও হৈছে এটা ইবাদত। কিন্তু এই আশ্ৰয় প্ৰাৰ্থনা একমাত্ৰ আল্লাহৰ ওচৰত কৰিব লাগিব, আৰু তেওঁৰ নাম আৰু গুণাৱলীৰ দ্বাৰা কৰিব লাগিব।
আল্লাহৰ বাণীৰ সহায়ত আশ্ৰয় প্ৰাৰ্থনা কৰিব পাৰি। কাৰণ এইটোও আল্লাহৰেই এটা চিফাত বা গুণ। আনহাতে তেওঁৰ বাহিৰে আন কোনো মখলুকৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰাটো হৈছে শ্বিৰ্ক।
হাদীছটোত এই দুআৰ ফজিলত আৰু বৰকত বৰ্ণিত হৈছে।
জিকৰ-আজকাৰ বা দুআ পাঠ কৰাটো হৈছে অনিষ্টৰ পৰা সুৰক্ষিত থকাৰ অন্যতম এটা উপায়।
হাদীছটোৰ দ্বাৰা আল্লাহৰ বাহিৰে আনৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰা বিষয়টোক খণ্ডন কৰা হৈছে, যেনে- জিন, যাদুকৰ আৰু অন্যান্য পাপিষ্ঠ লোকৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰা।
ভ্ৰমণতে হওক বা আন কোনো নতুন ঠাইতে হওক অৱস্থান কৰাৰ সময়ত এই দুআ পাঠ কৰা উচিত।
ছহীহ মুছলিম (4/ 2080) (2708).
অধিক (9)
مجموع الفتاوى (6/ 230).
القول المفيد على كتاب التوحيد.
لابن عثيمين (1/ 253).
الملخص في شرح كتاب التوحيد.
لصالح الفوزان (ص111).
الجديد في شرح كتاب التوحيد.
لمحمد القرعاوي (ص122).
معجم اللغة العربية المعاصرة.
لأحمد مختار (2/ 869).
গ্ৰন্থসমূহত উল্লেখিত
27 গ্ৰন্থসমূহ- ভ্ৰমণ সম্পৰ্কীয় নীতি-নিয়ম আৰু বিধি-বিধান"মই পূৰ্ণ বাক্যৰ জৰিয়তে আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰোঁ তেওঁ যি সৃষ্টি কৰিছে তাৰ অনিষ্টৰ পৰা"। [21]
- পুৱা গধূলি পঢ়িবলগীয়া দুআসমূহআউজু বিকালিমা-তিল্লাহিত তা-ম্মা-তি, মিং শ্বাৰ্ৰি মা খালাক্ব। অৰ্থঃ মই পূৰ্ণ বাক্যৰ জৰিয়তে আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰোঁ তেওঁ যি সৃষ্টি কৰিছে তাৰ অনিষ্টৰ পৰা।
- দুআ আৰু কোৰআন-হাদীছৰ দ্বাৰা প্ৰমাণিত জৰাফুঁকাৰ জৰিয়তে চিকিৎসাالرقى من الكتاب والسنة"আউজু বিকালিমা-তিল্লা-হিত তা-ম্মাতি, মিন শ্বাৰ্ৰি মা খালাক্ব।"। [27] অৰ্থঃ মই পূৰ্ণ বাক্যৰ জৰিয়তে আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰোঁ তেওঁ যি সৃষ্টি কৰিছে তাৰ অনিষ্টৰ পৰা।
অধিক (24)
- آداب السفر وأحكامهآداب السفر وأحكامه (للحرمين)«أَعُوذُ بِكَلِمَاتِ اللَّهِ التَّامَّاتِ مِنْ شَرِّ مَا خَلَقَ» [25]؛
- الذكر والدعاء والعلاج بالرقي من الكتاب والسنة"من نزل منزلًا ثم قال: أعوذ بكلمات الله التامات من شر ما خلق، لم يضره شيء حتى يرتحل من منزلِهِ ذلك".
- الذكر والدعاء والعلاج بالرقي من الكتاب والسنة" من نزل منزلاً ثم قال: أعوذ بكلمات الله التامات من شر ما خلق، لم يضره شيء حتى يرتحل من منزله ذلك" .
- الذكر والدعاء والعلاج بالرقي من الكتاب والسنة"أعوذ بكلمات الله التامات من شر ما خلق" .
- المختصر في آداب السفر وصفة الحج والعمرة وآداب الزيارة والأدعية الجامعة مع ملحق بالفتاوى والمخالفات1- آداب السفر وأحكامه (للحرمين)«أَعُوذُ بِكَلِمَاتِ اللَّهِ التَّامَّاتِ مِنْ شَرِّ مَا خَلَقَ» [25]؛
- المنهج لمريد العمرة والحج«أَعُوذُ بِكَلِمَاتِ اللَّهِ التَّامَّاتِ مِنْ شَرِّ مَا خَلَقَ»[4].
- تحفة الأخيار تحفة الأخيار (ببيان جملة نافعة مما ورد في الكتاب والسنة من الأدعية والأذكار)«مَنْ نَزَلَ مَنْزِلًا ثُمَّ قَالَ: أَعُوذُ بِكَلِمَاتِ اللهِ التَّامَّاتِ مِنْ شَرِّ مَا خَلَقَ، لَمْ يَضُرَّهُ شَيْءٌ، حَتَّى يَرْتَحِلَ مِنْ مَنْزِلِهِ ذَلِكَ» [52].
- تطبيق القرآن والأذكارالرقية الشرعية«أَعُوذُ بِكَلِمَاتِ اللَّهِ التَّامَّاتِ مِنْ شَرِّ مَا خَلَقَ»[6].
- حراسة التوحيدحكم السحر والكهانة وما يتعلق بها«مَن نَزَلَ مَنْزِلًا فَقالَ: أَعُوذُ بِكَلِمَاتِ اللهِ التَّامَّاتِ مِن شَرِّ ما خَلَقَ، لَمْ يَضُرَّهُ شَيءٌ حتَّى يَرْتَحِلَ مِن مَنْزِلِهِ ذَلِكَ».
- حصن المسلم من أذكار الكتاب والسنةحصن المسلم«أَعُوذُ بِكَلِمَاتِ اللَّهِ التَّامَّاتِ مِنْ شَرِّ مَا خَلَقَ»
- حصن المسلم من أذكار الكتاب والسنةحصن المسلمأَعُوذُ بِكَلِمَاتِ اللَّهِ التَّامَّاتِ مِنْ شَرِّ مَا خَلَق
- حصن المسلم من أذكار الكتاب والسنةحصن المسلم«أَعُوذُ بِكَلِمَاتِ اللَّهِ التَّامَّاتِ مِنْ شَرِّ مَا خَلَقَ»[262].
- حصن المسلم من أذكار الكتاب والسنةحصن المسلمأَعُوذُ بِكَلِمَاتِ اللَّهِ التَّامَّاتِ مِنْ شَرِّ مَا خَلَق
- حكم السحر والكهانة(من نزل منزلاً فقال: أعوذ بكلمات الله التامات من شر ما خلق لم يضره شيء حتى يرتحل من منزله ذلك).
- رسالة في الأذكار1«مَنْ نَزَلَ مَنْزِلًا ثُمَّ قَالَ: أَعُوذُ بِكَلِمَاتِ اللهِ التَّامَّاتِ مِنْ شَرِّ مَا خَلَقَ، لَمْ يَضُرَّهُ شَيْءٌ حَتَّى يَرْتَحِلَ مِنْ مَنْزِلِهِ ذَلِكَ».
- رياض الصالحينرياض الصالحين مع فوائد وهدايات - 5«مَنْ نَزَلَ مَنزِلاً ثمَّ قال: أَعُوذُ بِكَلِمَاتِ اللهِ التَّامَّاتِ مِنْ شَرِّ مَا خَلَقَ، لَمْ يَضُرَّهُ شَيْءٌ حَتَّىٰ يَرْتَحِلَ مِنْ مَنزِلهِ ذلِكَ».
- عقيدة الأئمة الأربعة«مَنْ نَزَلَ مَنْزِلًا فَقَالَ: أَعُوذُ بِكَلِمَاتِ اللهِ التَّامَّاتِ مِنْ شَرِّ مَا خَلَقَ، لَمْ يَضُرَّهُ شَيْءٌ حَتَّى يَرْحَلَ مِنْ مَنْزِلِهِ ذَلِكَ»
- عقيدة الأئمة الأربعة«أَعُوذُ بِكَلِمَاتِ اللَّهِ التَّامَّاتِ مِنْ شَرِّ مَا خَلَقَ»،
- فتاوى المرضىفتاوى المرضى «من نزل منزلًا ثم قال: أعوذ بكلمات الله التامات من شر ما خلق، لم يضره شيء حتى يرتحل من منزله ذلك»
- فتاوى المرضىفتاوى المرضى «أما لو قلتَ حين أمسيت: أعوذ بكلمات الله التامات من شر ما خلق، لم تضرك»
- فتاوى المرضىفتاوى المرضى «من نزل منزلًا ثم قال: أعوذ بكلمات الله التامات من شر ما خلق، لم يضره شيء حتى يرتحل من منزله ذلك»
- مختصر نظـرات حول اضطرابات النفس وعلاجها من منظور شرعي«بكلماتِ الله التَّامَّات مِنْ شرِّ مَا خَلَقَ»[192].
- موسوعة الإيمان«مَنْ نَزَلَ مَنْزِلًا، ثُمَّ قَالَ: أَعُوذُ بِكَلِمَاتِ اللهِ التَّامَّاتِ مِنْ شَرِّ مَا خَلَقَ، لَمْ يَضُرَّهُ شَيْءٌ، حَتَّى يَرْتَحِلَ مِنْ مَنْزِلِهِ ذَلِكَ»،
- موسوعة الإيمان«أَعُوذُ بِكَلِمَاتِ اللهِ التَّامَّاتِ مِنْ شَرِّ مَا خَلَقَ، لَمْ يَضُرَّهُ شَيْءٌ حَتَّى يَرْتَحِلَ مِنْ مَنْزِلِهِ ذَلِكَ».