প্ৰশ্ন নং ১- ছুৰা আল-ফাতিহা পাঠ কৰা আৰু ইয়াৰ ব্যাখ্যা কৰা?
- الباب / الفصل
- قسم التفسير
السؤال
س1: اقرأ الفاتحة وفسرها.
প্ৰশ্ন নং ১- ছুৰা আল-ফাতিহা পাঠ কৰা আৰু ইয়াৰ ব্যাখ্যা কৰা?
الجواب
ج:سورة الفاتحة وتفسيرها:
﴿بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ 1
ٱلۡحَمۡدُ لِلَّهِ رَبِّ ٱلۡعَٰلَمِينَ 2
ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ 3
مَٰلِكِ يَوۡمِ ٱلدِّينِ 4
إِيَّاكَ نَعۡبُدُ وَإِيَّاكَ نَسۡتَعِينُ 5
ٱهۡدِنَا ٱلصِّرَٰطَ ٱلۡمُسۡتَقِيمَ 6
صِرَٰطَ ٱلَّذِينَ أَنۡعَمۡتَ عَلَيۡهِمۡ غَيۡرِ ٱلۡمَغۡضُوبِ عَلَيۡهِمۡ وَلَا ٱلضَّآلِّينَ 7﴾
[الفاتحة: 1 - 7].
التفسير:
سُمِّيت سورة الفاتحة؛ لافتتاح كتاب الله بها.
- ﴿بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ1﴾
باسم الله أبدأ قراءة القرآن، مستعينًا به تَعَالَى متبركًا بذكر اسمه.
- ﴿الله﴾ أي:
المعبود بحق، ولا يسمى به غيره سُبْحَانَهُ.
- ﴿ٱلرَّحۡمَٰنُ﴾ أي:
ذو الرحمة الواسعة، التي وسعت رحمته كل شيء.
- ﴿ٱلرَّحِيمِ﴾ أي:
ذو الرحمة بالمؤمنين.
- ﴿ٱلۡحَمۡدُ لِلَّهِ رَبِّ ٱلۡعَٰلَمِينَ2﴾
أي: جميع أنواع المحامد والكمال لله وحده.
- ﴿ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ3﴾ أي:
ذو الرحمة الواسعة التي وسعت كل شيء، وذو الرحمة الواصلة للمؤمنين.
- ﴿مَٰلِكِ يَوۡمِ ٱلدِّينِ4﴾:
هو يوم القيامة.
- ﴿إِيَّاكَ نَعۡبُدُ وَإِيَّاكَ نَسۡتَعِينُ5﴾
أي: نعبدك وحدك ونستعين بك وحدك.
- ﴿ٱهۡدِنَا ٱلصِّرَٰطَ ٱلۡمُسۡتَقِيمَ6﴾:
وهو الهداية إلى الإسلام والسُّنَّة.
- ﴿صِرَٰطَ ٱلَّذِينَ أَنۡعَمۡتَ عَلَيۡهِمۡ غَيۡرِ ٱلۡمَغۡضُوبِ عَلَيۡهِمۡ وَلَا ٱلضَّآلِّينَ7﴾
أي: طريق عباد الله الصالحين من الأنبياء ومن تبعهم، غير طريق النصارى واليهود.
- ويسن أن يقول بعد قراءتها: "آمين" أي: استجب لنا.
উত্তৰ- ছুৰা আল-ফাতিহা আৰু ইয়াৰ তাফছীৰঃ
বিছমিল্লাহিৰ ৰহমানিৰ ৰাহীম। (১)
সকলো ধৰণৰ হামদ (প্ৰশংসা) বিশ্বজগতৰ ৰব্ব (প্ৰতিপালক) আল্লাহৰ বাবে
আৰ-ৰহমানিৰ ৰাহীম। (৩)
মা-লিকি ইয়াওমিদ্দীন। (৪)
ইয়্যাকানা’বুদু ওৱা ইয়্যাকানাছতাঈন। (৫)
ইহদিনাছ চিৰাত্বল মুস্তাক্বীম। (৬)
চিৰাত্বল লাজীনা আনআমতা আলাইহিম, গাইৰিল মাগদ্বুবি আলাইহিম অলাজ দ্বল্লীন। (৭)
(ছুৰা আল-ফাতিহাঃ ২)
তাফছীৰ
ছুৰা আল-ফাতিহা (আৰম্ভণি) এই নামেৰে নামকৰণ কৰাৰ কাৰণ হৈছে, ইয়াৰ দ্বাৰাই আল্লাহৰ কিতাবৰ আৰম্ভণি হয়।
(الله) অৰ্থাৎ সত্য উপাস্য, পৱিত্ৰ মহান আল্লাহৰ বাহিৰে আন কাৰো বাবে এই নাম প্ৰযোজ্য নহয়।
(الرَّحْمَن) অৰ্থাৎ প্ৰশস্ত ৰহমতৰ অধিকাৰী, যি ৰহমতে প্ৰতিটো বস্তুকে পৰিবেষ্টন কৰি আছে।
(الرَّحِيم) অৰ্থাৎ মুমিনসকলৰ প্ৰতি দয়ালু।
৩- (الرَّحْمَنِ الرَّحِيمِ) অৰ্থাৎ প্ৰশস্ত ৰহমতৰ অধিকাৰী, যি ৰহমতে সকলো বস্তুকে পৰিবেষ্টন কৰি আছে। লগতে এনেকুৱা ৰহমতৰো অধিকাৰী যিটো কেৱল মুমিনসকলে লাভ কৰিব।
-এই ছুৰা পাঠ কৰাৰ পিছত আমীন কোৱা ছুন্নত। আমীনৰ অৰ্থ হৈছেঃ হে আল্লাহ! কবূল কৰা।