প্ৰশ্ন নং ৩- ছুৰা আল-আদিয়াত পাঠ কৰা আৰু ইয়াৰ ব্যাখ্যা কৰা?
- الباب / الفصل
- قسم التفسير
السؤال
س٣: اقرأ سورة العاديات وفسرها.
প্ৰশ্ন নং ৩- ছুৰা আল-আদিয়াত পাঠ কৰা আৰু ইয়াৰ ব্যাখ্যা কৰা?
الجواب
ج:سورة العاديات وتفسيرها:
بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ
﴿وَٱلۡعَٰدِيَٰتِ ضَبۡحٗا 1
فَٱلۡمُورِيَٰتِ قَدۡحٗا 2
فَٱلۡمُغِيرَٰتِ صُبۡحٗا 3
فَأَثَرۡنَ بِهِۦ نَقۡعٗا 4
فَوَسَطۡنَ بِهِۦ جَمۡعًا 5
إِنَّ ٱلۡإِنسَٰنَ لِرَبِّهِۦ لَكَنُودٞ 6
وَإِنَّهُۥ عَلَىٰ ذَٰلِكَ لَشَهِيدٞ 7
وَإِنَّهُۥ لِحُبِّ ٱلۡخَيۡرِ لَشَدِيدٌ 8
۞ أَفَلَا يَعۡلَمُ إِذَا بُعۡثِرَ مَا فِي ٱلۡقُبُورِ 9
وَحُصِّلَ مَا فِي ٱلصُّدُورِ 10
إِنَّ رَبَّهُم بِهِمۡ يَوۡمَئِذٖ لَّخَبِيرُۢ 11﴾
[العاديات: ١-١١].
التفسير:
- ﴿وَٱلۡعَٰدِيَٰتِ ضَبۡحٗا1﴾:
أقسم الله بالخيل التي تجري حتى يُسْمَع لنَفَسِها صوتٌ من شدة الجري.
- ﴿فَٱلۡمُورِيَٰتِ قَدۡحٗا2﴾:
وأقسم بالخيل التي تُوقِد النار بحوافرها إذا لامست بها الصخور لشدة وقعها عليها.
- ﴿فَٱلۡمُغِيرَٰتِ صُبۡحٗا3﴾:
وأقسم بالخيل التي تُغِير على الأعداء وقت الصباح.
- ﴿فَأَثَرۡنَ بِهِۦ نَقۡعٗا4﴾:
فحركن بجريهنّ غبارًا.
- ﴿فَوَسَطۡنَ بِهِۦ جَمۡعًا5﴾:
فتوسّطن بفوارسهنّ جَمْعًا من الأعداء.
- ﴿إِنَّ ٱلۡإِنسَٰنَ لِرَبِّهِۦ لَكَنُودٞ6﴾:
إن الإنسان لمَنُوع للخير الذي يريده منه ربه.
- ﴿وَإِنَّهُۥ عَلَىٰ ذَٰلِكَ لَشَهِيدٞ7﴾:
وإنه على منعه للخير لشاهد، لا يستطيع إنكار ذلك لوضوحه.
- ﴿وَإِنَّهُۥ لِحُبِّ ٱلۡخَيۡرِ لَشَدِيدٌ8﴾:
وإنه لفرط حبه للمال يبخل به.
- ﴿۞ أَفَلَا يَعۡلَمُ إِذَا بُعۡثِرَ مَا فِي ٱلۡقُبُورِ9﴾:
أفلا يعلم هذا الإنسان المغترّ بالحياة الدنيا إذا بعث الله ما في القبور من الأموات وأخرجهم من الأرض للحساب والجزاء أن الأمر لم يكن كما كان يتوهم؟!
- ﴿وَحُصِّلَ مَا فِي ٱلصُّدُورِ10﴾:
وأُبْرِز وبُيِّن ما في القلوب من النيات والاعتقادات وغيرها.
- ﴿إِنَّ رَبَّهُم بِهِمۡ يَوۡمَئِذٖ لَّخَبِيرُۢ11﴾:
إن ربهم بهم في ذلك اليوم لخبير، لا يخفى عليه من أمر عباده شيء، وسيجازيهم على ذلك.
উত্তৰ- ছুৰা আল-আদিয়াত আৰু ইয়াৰ তাফছীৰঃ
বিছমিল্লাহিৰ ৰহমানিৰ ৰাহীম। (১)
অল আ-দিয়া-তি দ্বাবহা। (১) {শপত ঊৰ্ধ্বশ্বাসত দৌৰি যোৱা ঘোঁৰাবোৰৰ,}
ফাল মূৰিয়া-তি ক্বাদহা। (২) {যিবোৰে ক্ষুৰৰ আঘাতত ফিৰিঙতি উৰুৱায়,}
ফাল মুগীৰা-তি ছুবহা। (৩) {যিবোৰে প্ৰভাতকালত আক্ৰমণ কৰে,}
ফাআছাৰনা বিহি নাক্বআ। (৪) {ফলত সিহঁতে ইয়াৰ দ্বাৰা ধূলি উৰুৱায়;}
ফাৱাছাত্বনা বিহি জামআ। (৫) {আৰু ইয়াৰ দ্বাৰা শত্ৰু দলৰ অভ্যন্তৰত সোমাই পৰে।}
ইন্নাল ইংছা-না লিৰাব্বিহি লাকানূদ। (৬) {নিশ্চয় মানুহ তাৰ প্ৰতিপালকৰ প্ৰতি অতিকৈ অকৃতজ্ঞ,}
অইন্নাহু আলা জালিকা লাশ্বাহীদ। (৭) {নিশ্চয় সি এই বিষয়ে সাক্ষী,}
অইন্নাহু লিহুব্বিল খাইৰি লাশ্বাদীদ। (৮) {আৰু নিশ্চয় সি ধন-সম্পদৰ লোভত প্ৰবল।}
আফালা য়া'লামু ইজা বু'ছিৰা মা ফিল কুবূৰ। (৯) {সি নাজানে নেকি যে, কবৰত যি আছে সেয়া উত্থিত হ’ব,}
অহুচ্ছিলা মা ফিচ্ছুদূৰ। (১০) {আৰু অন্তৰত যি আছে সেয়া প্ৰকাশিত হ’ব?)
ইন্না ৰাব্বাহুম বিহিম ইয়াওমা ইজিল লাখাবীৰ। (১১) {নিশ্চয় সিহঁতৰ প্ৰতিপালক সেইদিনা সিহঁতৰ অৱস্থা সম্পৰ্কে সবিশেষ অৱহিত।}
(ছুৰা আল-আদিয়াতঃ ১-১১)
তাফছীৰ