Skip to content
ما لا يسع أطفال المسلمين جهله

ما لا يسع أطفال المسلمين جهله

আক্বীদাহ, ফিকহ, ছীৰত, আদব, তাফছীৰ, হাদীছ, শিষ্টাচাৰ, আজকাৰ আদি বিষয়ক এইটো এটা সহজ-সৰল, সংহত পাঠ্যক্ৰম। শিশু আৰু সকলো বয়সৰ নৱ মুছলিম লোকৰ বাবে প্ৰযোজ্য। ঘৰত, মকতব-মাদ্ৰাছাত ইয়াক মুখস্থ কৰাব পাৰি তথা ব্যাখ্যাসহ পঢ়াব পাৰি। ইয়াক বিষয়ভিত্তিক সংকলন কৰিছোঁ। লগতে প্ৰশ্নোত্তৰৰ মাধ্যমত উপস্থাপন কৰিছোঁ। কাৰণ এইটো পদ্ধতিত ব্ৰেইনে সহজে কেপচাৰ কৰিব পাৰে তথা দৃঢ়তাৰে মুখস্থ হয়। গতিকে অভিভাৱকে ইয়াৰ পৰা বয়স অনুসাৰে নিৰ্বাচন কৰিব পাৰে।

ভাষা: lang_as
প্ৰস্তুতকাৰী:
সংস্কৰণ: 5.0

These files are generated automatically from the book's text; their layout may differ from the printed edition.

0%
Font size