Skip to content
صفة العمرة

صفة العمرة

ওমৰাৰ পদ্ধতি (এক ব্যৱহাৰিক আৰু সংক্ষিপ্ত বৰ্ণনা) ওমৰাহ কিদৰে পালন কৰিব? (এটি সৰল শিক্ষামূলক ভিডিঅ') এই ভিডিঅ'টোত ইহৰামৰ পৰা তাহাল্লুললৈকে ওমৰাৰ কাৰ্যসমূহ ক্ৰমানুসৰি অতি সৰল আৰু স্পষ্টভাৱে বুজোৱা হৈছে। ভিডিঅ'টো চাওক আৰু শিকি লওক কেনেকৈ আপুনি নিজৰ ওমৰাহ সহজে আৰু সুচাৰুৰূপে পালন কৰিব। ওমৰাৰ পদ্ধতি ওমৰাহ কৰিব বিচৰা ব্যক্তিয়ে তেওঁৰ বাবে নিৰ্ধাৰিত মীকাতৰ পৰা ইহৰাম কৰাটো অনিবাৰ্য্য। মীকাত কোৱা হয় সেইবোৰ স্থানক, যিবোৰ স্থান নবী চাল্লাল্লাহু আলাইহি অছাল্লামে নিৰ্ধাৰণ কৰিছে, যাতে হজ্জ বা ওমৰাহ কৰিব বিচৰা ব্যক্তিয়ে সেইবোৰৰ পৰাই ইহৰাম বান্ধে। যিয়ে হজ্জ বা ওমৰাৰ নিয়্যত কৰি এই মীকাতসমূহৰ যিকোনো এটা মীকাত…

0%
Font size