Skip to content

প্ৰশ্ন নং ১০- ছুৰা আল-মাঊন পাঠ কৰা আৰু ইয়াৰ ব্যাখ্যা কৰা?

الباب / الفصل
قسم التفسير

السؤال

س١٠: اقرأ سورة الماعون وفسرها.

প্ৰশ্ন নং ১০- ছুৰা আল-মাঊন পাঠ কৰা আৰু ইয়াৰ ব্যাখ্যা কৰা?

الجواب

ج:سورة الماعون وتفسيرها:

بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ

﴿أَرَءَيۡتَ ٱلَّذِي يُكَذِّبُ بِٱلدِّينِ 1

فَذَٰلِكَ ٱلَّذِي يَدُعُّ ٱلۡيَتِيمَ 2

وَلَا يَحُضُّ عَلَىٰ طَعَامِ ٱلۡمِسۡكِينِ 3

فَوَيۡلٞ لِّلۡمُصَلِّينَ 4

ٱلَّذِينَ هُمۡ عَن صَلَاتِهِمۡ سَاهُونَ 5

ٱلَّذِينَ هُمۡ يُرَآءُونَ 6

وَيَمۡنَعُونَ ٱلۡمَاعُونَ 7﴾

[سورة الماعون: ١ - ٧].

التفسير:

  1. ﴿أَرَءَيۡتَ ٱلَّذِي يُكَذِّبُ بِٱلدِّينِ1﴾:

هل عرفت الذي يكذب بالجزاء يوم القيامة؟!

  1. ﴿فَذَٰلِكَ ٱلَّذِي يَدُعُّ ٱلۡيَتِيمَ2﴾:

فهو ذلك الذي يدفع اليتيم بغلظة عن حاجته.

  1. ﴿وَلَا يَحُضُّ عَلَىٰ طَعَامِ ٱلۡمِسۡكِينِ3﴾:

ولا يحثّ نفسه، ولا يحث غيره على إطعام الفقير.

  1. ﴿فَوَيۡلٞ لِّلۡمُصَلِّينَ4﴾:

فهلاك وعذاب للمصلِّين.

  1. ﴿ٱلَّذِينَ هُمۡ عَن صَلَاتِهِمۡ سَاهُونَ5﴾:

الذين هم عن صلاتهم لاهون، لا يبالون بها حتى ينقضي وقتها.

  1. ﴿ٱلَّذِينَ هُمۡ يُرَآءُونَ6﴾:

الذين هم يراؤون بصلاتهم وأعمالهم، لا يخلصون العمل لله.

  1. ﴿وَيَمۡنَعُونَ ٱلۡمَاعُونَ7﴾:

ويمنعون إعانة غيرهم بما لا ضرر في الإعانة به.

উত্তৰ- ছুৰা আল-মাঊন আৰু ইয়াৰ তাফছীৰঃ

বিছমিল্লাহিৰ ৰহমানিৰ ৰাহীম। (১)

আৰা আইতাল লাজী য়ুকাজ জিবুবিদ্দীন। (১) তুমি তাক দেখিছানে যিয়ে হিচাপ প্ৰতিদানক অস্বীকাৰ কৰে?

ফাজালিকাল লাজী য়াদুওউল য়াতীম। (২) সেইজনেই সি, যিয়ে অনাথক কঠোৰভাৱে খেদি পঠিয়ায়,

অলা য়াহুজদ্বু আলা ত্বআমিল মিছকীন। (৩) আৰু সি দুখীয়াক খানা খুৱাবলৈ উৎসাহ নিদিয়ে।

ফাৱাইলুল লিল মুচাল্লীন। (৪) এতেকে ধ্বংস সেইসকল ছালাত আদায়কাৰীৰ বাবে,

আল্লাজীনাহুম আং চালাতিহিম ছা-হূন। (৫) যিসকলে ছালাতত অমনোযোগী,

আল্লাজীনাহুম য়ুৰা-ঊন। (৬) যিসকলে আনক দেখুৱাবলৈহে (চালাত আদায়) কৰে,

অয়ামনাঊনাল মা-ঊন। (৭) আৰু সৰু-সুৰা গৃহসামগ্ৰী প্ৰদানত বাধা দিয়ে।

(ছুৰা আল-মাঊনঃ ১-৭)

তাফছীৰ