Skip to content

প্ৰশ্ন নং ১২- ছুৰা আল-কাফিৰূন পাঠ কৰা আৰু ইয়াৰ ব্যাখ্যা কৰা?

الباب / الفصل
قسم التفسير

السؤال

س١٢: اقرأ سورة الكافرون وفسرها.

প্ৰশ্ন নং ১২- ছুৰা আল-কাফিৰূন পাঠ কৰা আৰু ইয়াৰ ব্যাখ্যা কৰা?

الجواب

ج:سورة الكافرون وتفسيرها:

بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ

﴿قُلۡ يَٰٓأَيُّهَا ٱلۡكَٰفِرُونَ 1

لَآ أَعۡبُدُ مَا تَعۡبُدُونَ 2

وَلَآ أَنتُمۡ عَٰبِدُونَ مَآ أَعۡبُدُ 3

وَلَآ أَنَا۠ عَابِدٞ مَّا عَبَدتُّمۡ 4

وَلَآ أَنتُمۡ عَٰبِدُونَ مَآ أَعۡبُدُ 5

لَكُمۡ دِينُكُمۡ وَلِيَ دِينِ 6﴾

[الكافرون: ١-٦].

التفسير:

  1. ﴿قُلۡ يَٰٓأَيُّهَا ٱلۡكَٰفِرُونَ1﴾:

قل - أيها الرسول -: يا أيها الكافرون بالله.

  1. ﴿لَآ أَعۡبُدُ مَا تَعۡبُدُونَ2﴾:

لا أعبد في الحال ولا في المستقبل ما تعبدون من الأصنام.

  1. ﴿وَلَآ أَنتُمۡ عَٰبِدُونَ مَآ أَعۡبُدُ3﴾:

ولا أنتم عابدون ما أعبده أنا، وهو الله وحده.

  1. ﴿وَلَآ أَنَا۠ عَابِدٞ مَّا عَبَدتُّمۡ4﴾:

ولا أنا عابد ما عبدتم من الأصنام.

  1. ﴿وَلَآ أَنتُمۡ عَٰبِدُونَ مَآ أَعۡبُدُ5﴾:
  2. ﴿لَكُمۡ دِينُكُمۡ وَلِيَ دِينِ6﴾:

لكم دينكم الذي ابتدعتموه لأنفسكم، ولي ديني الذي أنزله الله عليّ.

উত্তৰ- ছুৰা আল-কাফিৰূন আৰু ইয়াৰ তাফছীৰঃ

বিছমিল্লাহিৰ ৰহমানিৰ ৰাহীম। (১)

ক্বুল ইয়া আইয়্যুহাল কাফিৰূন। (১) {কোৱা, ‘হে কাফিৰসকল !}

লা আ'বুদু মা তা'বুদূন। (২) {তোমালোকে যাৰ ইবাদত কৰা, মই তাৰ ইবাদত নকৰোঁ,}

অলা আংতুম আ-বিদূনা মা-আ'বুদ। (৩) {আৰু মই যাৰ ইবাদত কৰোঁ তোমালোকেও তাৰ ইবাদতকাৰী নহয়।}

অলা আনা আ-বিদুম মা-আবাত্তুম। (৪) {আৰু মই তাৰ ইবাদতকাৰী নহয় যাৰ ইবাদত তোমালোকে কৰা।}

লাকুম দীনুকুম অলিয়া দ্বীন। (৬) {তোমালোকৰ দ্বীন তোমালোকৰ বাবে, আৰু মোৰ দ্বীন মোৰ বাবে।}

(ছুৰা আল-কাফিৰূনঃ ১-৬)

তাফছীৰ