Skip to content

প্ৰশ্ন নং ৯- ছুৰা কুৰাইশ্ব পাঠ কৰা আৰু ইয়াৰ ব্যাখ্যা কৰা?

الباب / الفصل
قسم التفسير

السؤال

س٩: اقرأ سورة قريش وفسرها.

প্ৰশ্ন নং ৯- ছুৰা কুৰাইশ্ব পাঠ কৰা আৰু ইয়াৰ ব্যাখ্যা কৰা?

الجواب

ج:سورة قريش وتفسيرها:

بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ

﴿لِإِيلَٰفِ قُرَيۡشٍ 1

إِۦلَٰفِهِمۡ رِحۡلَةَ ٱلشِّتَآءِ وَٱلصَّيۡفِ 2

فَلۡيَعۡبُدُواْ رَبَّ هَٰذَا ٱلۡبَيۡتِ 3

ٱلَّذِيٓ أَطۡعَمَهُم مِّن جُوعٖ وَءَامَنَهُم مِّنۡ خَوۡفِۭ 4﴾

[قريش: ١-٤].

التفسير:

  1. ﴿لِإِيلَٰفِ قُرَيۡشٍ1﴾:

المراد بذلك ما كانوا يألفونه من الرحلة في الشتاء والصيف.

  1. ﴿إِۦلَٰفِهِمۡ رِحۡلَةَ ٱلشِّتَآءِ وَٱلصَّيۡفِ2﴾:

رحلةَ الشتاء إلى اليمن، ورحلة الصيف إلى الشام آمنين.

  1. ﴿فَلۡيَعۡبُدُواْ رَبَّ هَٰذَا ٱلۡبَيۡتِ3﴾:

فليعبدوا الله ربّ هذا البيت الحرام وحده، الذي يسَّر لهم هذه الرحلة، ولا يشركوا به أحدًا.

  1. ﴿ٱلَّذِيٓ أَطۡعَمَهُم مِّن جُوعٖ وَءَامَنَهُم مِّنۡ خَوۡفِۭ4﴾:

الذي أطعمهم من جوع، وآمنهم من خوف، بما وضع في قلوب العرب من تعظيم الحرم، وتعظيم سكانه.

উত্তৰ- ছুৰা কুৰাইশ্ব আৰু ইয়াৰ তাফছীৰঃ

বিছমিল্লাহিৰ ৰহমানিৰ ৰাহীম। (১)

লি ঈলাফি কুৰাইশ্ব। (১) {যিহেতু ক্বুৰাইছসকল অভ্যস্ত,}

ঈলাফিহিম ৰিহলাতাশ্ব শ্বিতা-য়ি অচ-চাইফ। (২) {শীত আৰু গ্ৰীষ্মকালৰ ভ্ৰমণত সিহঁতৰ আসক্তি আছে।}

ফাল য়া'বুদু ৰাব্বা হাজাল বাইত। (৩) {এতেকে সিহঁতে যেন এই ঘৰৰ প্ৰতিপালকৰ ইবাদত কৰে।}

আল্লাজী আত্ব আমাহুম মিং জূ-ইওঁ ওৱা আ-মানাহুম মিন খাওফ। (৪) {যিজনে সিহঁতক ক্ষুধা অৱস্থাত খাদ্য প্ৰদান কৰিছে আৰু সন্ত্ৰাসৰ পৰা নিৰাপত্তা দিছে।}

(ছুৰা কুৰাইশ্বঃ ১-৪)

তাফছীৰ