প্ৰশ্ন নং ১১- ছুৰা আল-কাওছাৰ পাঠ কৰা আৰু ইয়াৰ ব্যাখ্যা কৰা?
- الباب / الفصل
- قسم التفسير
السؤال
س١١: اقرأ سورة الكوثر وفسرها.
প্ৰশ্ন নং ১১- ছুৰা আল-কাওছাৰ পাঠ কৰা আৰু ইয়াৰ ব্যাখ্যা কৰা?
الجواب
ج:سورة الكوثر وتفسيرها:
بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ
﴿إِنَّآ أَعۡطَيۡنَٰكَ ٱلۡكَوۡثَرَ 1
فَصَلِّ لِرَبِّكَ وَٱنۡحَرۡ 2
إِنَّ شَانِئَكَ هُوَ ٱلۡأَبۡتَرُ 3﴾
[الكوثر: ١-٣].
التفسير:
- ﴿إِنَّآ أَعۡطَيۡنَٰكَ ٱلۡكَوۡثَرَ1﴾:
إنا آتيناك - أيها الرسول - الخير الكثير، ومنه نهر الكوثر في الجنة.
- ﴿فَصَلِّ لِرَبِّكَ وَٱنۡحَرۡ2﴾:
فأدّ شكر الله على هذه النعمة، أن تصلي له وحده وتذبح، خلافًا لما يفعله المشركون من التقرّب لأوثانهم بالذبح.
- ﴿إِنَّ شَانِئَكَ هُوَ ٱلۡأَبۡتَرُ3﴾:
إن مُبْغِضك هو المنقطع عن كل خير المَنسِي الذي إن ذُكِر ذُكِر بسوء.
উত্তৰ- ছুৰা আল-কাওছাৰ আৰু ইয়াৰ তাফছীৰঃ
বিছমিল্লাহিৰ ৰহমানিৰ ৰাহীম। (১)
ইন্না আ'ত্বইনাকাল কাওছাৰ। (১) {নিশ্চয় আমি তোমাক আল-কাউছাৰ প্ৰদান কৰিছোঁ।}
ফাচাল্লি লিৰাব্বিকা অনহাৰ। (২) {এতেকে তুমি তোমাৰ প্ৰতিপালকৰ উদ্দেশ্যে ছালাত আদায় কৰা আৰু কুৰবানী কৰা।}
ইন্না শ্বা-নিআকা হুৱাল আবতাৰ। (৩) {নিশ্চয় তোমাৰ প্ৰতি বিদ্বেষ পোষণকাৰীয়েই হৈছে নিৰ্বংশ।}
(ছুৰা আল-কাওছাৰঃ ১-৩)
তাফছীৰ