Skip to content

প্ৰশ্ন নং ৭- ছুৰা আল-হুমাঝাহ পাঠ কৰা আৰু ইয়াৰ ব্যাখ্যা কৰা?

الباب / الفصل
قسم التفسير

السؤال

س٧: اقرأ سورة الهمزة وفسرها.

প্ৰশ্ন নং ৭- ছুৰা আল-হুমাঝাহ পাঠ কৰা আৰু ইয়াৰ ব্যাখ্যা কৰা?

الجواب

ج:سورة الهمزة وتفسيرها:

بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ

﴿وَيۡلٞ لِّكُلِّ هُمَزَةٖ لُّمَزَةٍ 1

ٱلَّذِي جَمَعَ مَالٗا وَعَدَّدَهُۥ 2

يَحۡسَبُ أَنَّ مَالَهُۥٓ أَخۡلَدَهُۥ 3

كَلَّاۖ لَيُنۢبَذَنَّ فِي ٱلۡحُطَمَةِ 4

وَمَآ أَدۡرَىٰكَ مَا ٱلۡحُطَمَةُ 5

نَارُ ٱللَّهِ ٱلۡمُوقَدَةُ 6

ٱلَّتِي تَطَّلِعُ عَلَى ٱلۡأَفۡـِٔدَةِ 7

إِنَّهَا عَلَيۡهِم مُّؤۡصَدَةٞ 8

فِي عَمَدٖ مُّمَدَّدَةِۭ 9﴾

[الهمزة: ١-٩].

التفسير:

  1. ﴿وَيۡلٞ لِّكُلِّ هُمَزَةٖ لُّمَزَةٍ1﴾:

وبال وشدة عذاب لكثير الاغتياب للناس، والطعن فيهم.

  1. ﴿ٱلَّذِي جَمَعَ مَالٗا وَعَدَّدَهُۥ2﴾:

الذي همّه جمع المال وإحصاؤه، لا همَّ له غير ذلك.

  1. ﴿يَحۡسَبُ أَنَّ مَالَهُۥٓ أَخۡلَدَهُۥ3﴾:

يظن أن ماله الذي جمعه سينجيه من الموت، فيبقى خالدًا في الحياة الدنيا.

  1. ﴿كَلَّاۖ لَيُنۢبَذَنَّ فِي ٱلۡحُطَمَةِ4﴾:

ليس الأمر كما تصوّر هذا الجاهل، ليطرحنّ في نار جهنم التي تدق وتكسر كل ما طُرِح فيها لشدة بأسها.

  1. ﴿وَمَآ أَدۡرَىٰكَ مَا ٱلۡحُطَمَةُ5﴾:

وما أعلمك - أيها الرسول - ما هذه النار التي تحطم كل ما طُرِح فيها؟!

  1. ﴿نَارُ ٱللَّهِ ٱلۡمُوقَدَةُ6﴾:

إنها نار الله المستعرة.

  1. ﴿ٱلَّتِي تَطَّلِعُ عَلَى ٱلۡأَفۡـِٔدَةِ7﴾:

التي تنفذ من أجسام الناس إلى قلوبهم.

  1. ﴿إِنَّهَا عَلَيۡهِم مُّؤۡصَدَةٞ8﴾:

إنها على المُعَذَّبين فيها مغلقة.

  1. ﴿فِي عَمَدٖ مُّمَدَّدَةِۭ9﴾:

بعَمَد ممتدة طويلة حتى لا يخرجوا منها.

উত্তৰ- ছুৰা আল-হুমাঝাহ আৰু ইয়াৰ তাফছীৰঃ

বিছমিল্লাহিৰ ৰহমানিৰ ৰাহীম। (১)

অয়লুল্লিকুল্লি হুমাঝাতিল লুমাঝাহ। (১) {দুৰ্ভোগ প্ৰত্যেক সেই ব্যক্তিৰ বাবে যিয়ে সন্মুখত আৰু অনুপস্থিতিত পৰনিন্দা কৰে।}

আল্লাজী জামাআ মালাওঁ ৱাআদ্দাদাহ। (২) {যিয়ে সম্পদ জমা কৰে আৰু বাৰে বাৰে গণনা কৰে।}

য়াহছাবু আন্না মা-লাহু আখলাদাহ। (৩) {সি ধাৰণা কৰে যে, তাৰ সম্পদে তাক চিৰজীৱি কৰি ৰাখিব।}

কাল্লা লায়ুমবাজান্না ফিল হুত্বামাহ। (৪) {কেতিয়াও নহয়, নিশ্চয় সি হুতামাত নিক্ষিপ্ত হ’ব।}

অমা আদৰা-কা মাল হুত্বামাহ। (৫) {আৰু তুমি জানানে, হুতামা কি?}

না-ৰুল্লা-হিল মূ-ক্বাদাহ। (৬) {ই হৈছে আল্লাহৰ প্ৰজ্বলিত জুই।}

আল-লাতী তাত্তালিউ আলাল আফ ইদাহ। (৭) {যিয়ে হৃদপিণ্ডক গ্ৰাস কৰিব।}

ইন্নাহা আলাইহিম মু'চাদাহ। (৮) {নিশ্চয় ই সিহঁতক আৱদ্ধ কৰি ৰাখিব।}

ফী আমাদিম মুমাদ্দাদাহ। (৯) {ওখ ওখ স্তম্ভসমূহত।}

(ছুৰা আল-হুমাঝাহঃ ১-৯)

তাফছীৰ