প্ৰশ্ন নং ৬- ছুৰা আল-আচৰ পাঠ কৰা আৰু ইয়াৰ ব্যাখ্যা কৰা?
- الباب / الفصل
- قسم التفسير
السؤال
س6: اقرأ سورة العصر وفسرها.
প্ৰশ্ন নং ৬- ছুৰা আল-আচৰ পাঠ কৰা আৰু ইয়াৰ ব্যাখ্যা কৰা?
الجواب
ج:سورة العصر وتفسيرها:
بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ
﴿وَٱلۡعَصۡرِ 1
إِنَّ ٱلۡإِنسَٰنَ لَفِي خُسۡرٍ 2
إِلَّا ٱلَّذِينَ ءَامَنُواْ وَعَمِلُواْ ٱلصَّٰلِحَٰتِ وَتَوَاصَوۡاْ بِٱلۡحَقِّ وَتَوَاصَوۡاْ بِٱلصَّبۡرِ 3﴾
[العصر: 1-3].
التفسير:
- ﴿وَٱلۡعَصۡرِ1﴾:
أقسم سُبْحَانَهُ بالزمان.
- ﴿إِنَّ ٱلۡإِنسَٰنَ لَفِي خُسۡرٍ2﴾:
أي: كل الإنسان في نقصان وهلاك.
- ﴿إِلَّا ٱلَّذِينَ ءَامَنُواْ وَعَمِلُواْ ٱلصَّٰلِحَٰتِ وَتَوَاصَوۡاْ بِٱلۡحَقِّ وَتَوَاصَوۡاْ بِٱلصَّبۡرِ3﴾:
إلا من آمن وعمل صالحًا، ومع ذلك دعوا إلى الحق وصبروا عليه، فهؤلاء هم الناجون من الخسارة.
উত্তৰ- ছুৰা আল-আচৰ আৰু ইয়াৰ তাফছীৰঃ
বিছমিল্লাহিৰ ৰহমানিৰ ৰাহীম। (১)
অল আচ্ৰ। (১) {সময়ৰ শপত,}
ইন্নাল ইংছানা লাফী খুছ্ৰ। (২) {নিশ্চয় মানুহ ক্ষতিগ্ৰস্থতাত নিপতিত,}
ইল্লাল লাজীনা আ-মানু ৱাআমিলুচ চা-লিহা-তি অতাৱা চাওবিল হাক্কি অতাৱা চাওবিচ চাবৰি। (৩) {কিন্তু তেওঁলোকৰ বাহিৰে, যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে লগতে (যিসকলে) পৰস্পৰক সত্যৰ উপদেশ দিয়ে আৰু ধৈৰ্য্য ধাৰণ কৰিবলৈ উৎসাহ দিয়ে।}
(ছুৰা আল-আচৰঃ ১-৩)
তাফছীৰ