প্ৰশ্ন নং ৫- ছুৰা আত-তাকাছুৰ পাঠ কৰা আৰু ইয়াৰ ব্যাখ্যা কৰা?
- الباب / الفصل
- قسم التفسير
السؤال
س٥: اقرأ سورة التكاثر وفسرها.
প্ৰশ্ন নং ৫- ছুৰা আত-তাকাছুৰ পাঠ কৰা আৰু ইয়াৰ ব্যাখ্যা কৰা?
الجواب
ج:سورة التكاثر وتفسيرها:
بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ
﴿أَلۡهَىٰكُمُ ٱلتَّكَاثُرُ 1
حَتَّىٰ زُرۡتُمُ ٱلۡمَقَابِرَ 2
كَلَّا سَوۡفَ تَعۡلَمُونَ 3
ثُمَّ كَلَّا سَوۡفَ تَعۡلَمُونَ 4
كَلَّا لَوۡ تَعۡلَمُونَ عِلۡمَ ٱلۡيَقِينِ 5
لَتَرَوُنَّ ٱلۡجَحِيمَ 6
ثُمَّ لَتَرَوُنَّهَا عَيۡنَ ٱلۡيَقِينِ 7
ثُمَّ لَتُسۡـَٔلُنَّ يَوۡمَئِذٍ عَنِ ٱلنَّعِيمِ 8﴾
[سورة التكاثر: ١ - ٨].
التفسير:
- ﴿أَلۡهَىٰكُمُ ٱلتَّكَاثُرُ1﴾:
شغلكم - أيها الناس - التفاخر بالأموال والأولاد عن طاعة الله.
- ﴿حَتَّىٰ زُرۡتُمُ ٱلۡمَقَابِرَ2﴾:
حتى متُّم ودخلتم قبوركم.
- ﴿كَلَّا سَوۡفَ تَعۡلَمُونَ3﴾:
ما كان لكم أن يشغلكم التفاخر بها عن طاعة الله، سوف تعلمون عاقبة ذلك الانشغال.
- ﴿ثُمَّ كَلَّا سَوۡفَ تَعۡلَمُونَ4﴾:
ثم سوف تعلمون عاقبته.
- ﴿كَلَّا لَوۡ تَعۡلَمُونَ عِلۡمَ ٱلۡيَقِينِ5﴾:
حقًّا لو أنكم تعلمون يقينًا أنكم مبعوثون إلى الله، وأنه سيجازيكم على أعمالكم، لما انشغلتم بالتفاخر بالأموال والأولاد.
- ﴿لَتَرَوُنَّ ٱلۡجَحِيمَ6﴾:
والله لتشاهدنَّ النار يوم القيامة.
- ﴿ثُمَّ لَتَرَوُنَّهَا عَيۡنَ ٱلۡيَقِينِ7﴾:
ثم لتشاهدنَّها مشاهدة يقين لا شك فيه.
- ﴿ثُمَّ لَتُسۡـَٔلُنَّ يَوۡمَئِذٍ عَنِ ٱلنَّعِيمِ﴾:
ثم ليسألنّكم الله في ذلك اليوم عما أنعم به عليكم من الصحة والغنى وغيرهما.
উত্তৰ- ছুৰা আত-তাকাছুৰ আৰু ইয়াৰ তাফছীৰঃ
বিছমিল্লাহিৰ ৰহমানিৰ ৰাহীম। (১)
আলহাকুমুত তাকাছুৰ। (১) {প্ৰাচুৰ্যৰ প্ৰতিযোগিতায় তোমালোকক অমনোযোগী কৰি ৰাখিছে।}
হাত্তা ঝুৰতুমুল মাক্বা-বিৰ। (২) {যেতিয়ালৈকে তোমালোকে কবৰত উপনীত নোহোৱা।}
কাল্লা ছাওফা তা'লামূন। (৩) {কেতিয়াও নহয়, অতি সোনকালে তোমালোকে জানিবলৈ পাবা।}
ছুম্মা কাল্লা ছাওফা তা'লামূন। (৪) {আকৌ কেতিয়াও নহয়, অতি সোনকালে তোমালোকে জানিবলৈ পাবা।}
কাল্লা লাও তা'লামূনা ইলমাল য়াক্বীন। (৫) {কেতিয়াও নহয়, যদি তোমালোকে নিশ্চিতভাৱে জানিলাহেঁতেন।}
লাতাৰাওন্নাল জাহীম। (৬) {নিশ্চয় তোমালোকে জাহীম (জাহান্নাম) দেখিবলৈ পাবা।}
ছুম্মা লাতাৰাওন্নাহা আইনাল য়াক্বীন। (৭) {আকৌ, নিশ্চয় তোমালোকে ইয়াক পতিয়ন যোৱাকৈ দেখিবা।}
ছুম্মা লাতুছ আলুন্না ইয়াওমা ইজিন আনিন নায়ীম। (৮) {তাৰ পিছত সেইদিনা অৱশ্যই তোমালোকক নিয়ামত সম্পৰ্কে প্ৰশ্ন কৰা হ’ব।}
(ছুৰা আত-তাকাছুৰঃ ১-৮)
তাফছীৰ