Skip to content
ছহীহ আক্বীদাহ আৰু ইয়াৰ পৰিপন্থী বিষয়সমূহ

ছহীহ আক্বীদাহ আৰু ইয়াৰ পৰিপন্থী বিষয়সমূহ

প্ৰথম পুস্তিকা লেখকঃ মহামান্য শ্বাইখ সকলো ধৰণৰ প্ৰশংসা একমাত্ৰ আল্লাহৰ বাবে, দৰূদ আৰু ছালাম বৰ্ষিত হওক সেই অন্তিম নবীৰ ওপৰত, যাৰ পিছত আন কোনো নবী নাই। লগতে শান্তি বৰ্ষিত হওক তেখেতৰ পৰিয়ালবৰ্গ আৰু চাহাবাসকলৰ ওপৰত। ইয়াৰ পিছত কথা হ’ল যে, যিহেতু ছহীহ আক্বীদাই হৈছে ইছলাম ধৰ্মৰ মূল উপাদান আৰু মিল্লাতে ইছলামিয়্যাৰ প্ৰধান ভিত্তি, সেয়ে মই এই বিষয়ত আলোকপাত কৰাটো উচিত বুলি ভাবিলোঁ, আৰু এই ক্ষেত্ৰত বিশদভাৱে লিখিবলৈ মনস্থ কৰিলোঁ।

ভাষা: lang_as
প্ৰস্তুতকাৰী: আব্দুল আজীজ ইবনে আব্দুল্লাহ ইবনে বাজ
সংস্কৰণ: 5.0

These files are generated automatically from the book's text; their layout may differ from the printed edition.

0%
Font size