মোক নিৰ্দেশ দিয়া হৈছে, মই যেন মানুহৰ সৈতে তেতিয়ালৈকে যুদ্ধ কৰোঁ যেতিয়ালৈকে সিহঁতে এই সাক্ষ্য প্ৰদান নকৰিব যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ ৰাছুল। এইদৰে যেতিয়ালৈকে সিহঁতে নামাজ প্ৰতিষ্ঠা নকৰিব আৰু জাকাত আদায় নকৰিব।
ইবনে ‘ওমৰ ৰাদ্বিয়াল্লাহু ‘আনহুমাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"মোক নিৰ্দেশ দিয়া হৈছে, মই যেন মানুহৰ সৈতে তেতিয়ালৈকে যুদ্ধ কৰোঁ যেতিয়ালৈকে সিহঁতে এই সাক্ষ্য প্ৰদান নকৰিব যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ ৰাছুল। এইদৰে যেতিয়ালৈকে সিহঁতে নামাজ প্ৰতিষ্ঠা নকৰিব আৰু জাকাত আদায় নকৰিব। যেতিয়া সিহঁতে এইখিনি কাম কৰিব, তেতিয়াহে সিহঁতৰ তেজ, ধন-সম্পদ মোৰ ফালৰ পৰা সুৰক্ষিত থাকিব। কিন্তু ইছলামৰ বিধান অনুযায়ী যদি কোনো কাৰণত কিবা হয় তেন্তে সেয়া সুকীয়া বিষয়। আনহাতে সিহঁতৰ হিচাপ নিকাচৰ দায়িত্ব হৈছে আল্লাহৰ ওপৰত।"
«أُمِرْتُ أَنْ أُقَاتِلَ النَّاسَ حَتَّى يَشْهَدُوا أَنْ لاَ إِلَهَ إِلَّا اللَّهُ، وَأَنَّ مُحَمَّدًا رَسُولُ اللَّهِ، وَيُقِيمُوا الصَّلاَةَ، وَيُؤْتُوا الزَّكَاةَ، فَإِذَا فَعَلُوا ذَلِكَ عَصَمُوا مِنِّي دِمَاءَهُمْ وَأَمْوَالَهُمْ إِلَّا بِحَقِّ الإِسْلاَمِ، وَحِسَابُهُمْ عَلَى اللَّهِ».
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, মহান আল্লাহে তেখেতক মুশ্বৰিকসকলৰ সৈতে যুদ্ধ কৰাৰ নিৰ্দেশ দিছে, যেতিয়ালৈকে সিহঁতে এই কথাৰ সাক্ষ্য প্ৰদান নকৰিব যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তেওঁ একক তেওঁৰ কোনো অংশীদাৰ নাই, আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ ৰাছুল। লগতে এই সাক্ষ্য অনুযায়ী যেতিয়ালৈকে আমল নকৰিব তথা দিনে ৰাতি পাঁচ ওৱাক্ত চালাত আদায় নকৰিব আৰু ফৰজ জাকাত হিতাধিকাৰীলৈ আদায় নিদিব। যদি সিহঁতে এইবোৰ কাম কৰে, তেন্তে ইছলামে সিহঁতৰ তেজ আৰু ধন-সম্পদ সুৰক্ষাৰ দায়িত্ব লব। তেতিয়া সিহঁতৰ সৈতে যুদ্ধ কৰা বৈধ নহয়। কিন্তু যদি কোনো গুৰুতৰ অপৰাধ কৰে অথবা কাৰোবাক হত্যা কৰে তেন্তে ইছলামৰ বিধান অনুযায়ী সি মৃত্যুদণ্ডৰে দণ্ডিত হ'ব। তাৰ পিছত ক্বিয়ামতৰ দিনা তাৰ হিচাপ নিকাচ আল্লাহে কৰিব, কাৰণ তেৱেঁই গোপন তথ্য সম্পৰ্কে অৱগত।
...:
বাহ্যিক দিশ বিবেচনা কৰি ইছলামিক বিধানসমূহ প্ৰযোজ্য হয়। আনহাতে আভ্যন্তৰীণ দিশসমূহৰ দায়িত্ব হৈছে আল্লাহৰ হাতত।
তাওহীদৰ প্ৰতি আহ্বান কৰাৰ গুৰুত্ব। দাৱাতী কামৰ আৰম্ভণি ইয়াৰ দ্বাৰাই কৰিব লাগে।
হাদীছটোৰ অৰ্থ এইটো নহয় যে, মুশ্বৰিকসকলক ইছলাম গ্ৰহণ কৰিবলৈ বাধ্য কৰোৱা হ'ব, বৰং সিহঁতক স্বাধীনতা প্ৰদান কৰা হৈছে যে, ইছলাম গ্ৰহণ কৰা, নহ'লে জিঝিয়া (কৰ) আদায় দিয়া। যদি সিহঁতে মানিবলৈ অস্বীকাৰ কৰে তেতিয়াহে ইছলামিক বিধান মুতাবিক সিহঁতৰ সৈতে যুদ্ধ কৰা হ'ব।
ছহীহ বুখাৰী (1/ 14) (25).
ছহীহ মুছলিম (1/ 53) (22).
অধিক (4)
التحفة الربانية في شرح الأربعين حديثًا النووية.
لإسماعيل السعدي (ص23).
شرح الأربعين النووية.
لابن عثيمين (ص125).
গ্ৰন্থসমূহত উল্লেখিত
15 গ্ৰন্থসমূহঅধিক (15)
- الخطب المنبريةموسوعة الخطب المنبرية (القسم الأول)«أُمِرْتُ أنْ أُقَاتِلَ النَّاسَ حتَّى يَشْهَدُوا أنْ لَا إلَهَ إلَّا اللَّهُ، وأنَّ مُحَمَّدًا رَسُولُ اللَّهِ، ويُقِيمُوا الصَّلَاةَ، ويُؤْتُوا الزَّكَاةَ، فَإِذَا فَعَلُوا ذَلكَ عَصَمُوا مِنِّي دِمَاءَهُمْ وأَمْوَالَهُمْ إِلَّا بِحَقِّ ا
- الخطب المنبريةموسوعة الخطب المنبرية (القسم الثالث)«أُمِرْتُ أَنْ أُقَاتِلَ النَّاسَ حَتَّى يَشْهَدُوا أَنْ لَا إِلٰهَ إِلَّا اللَّٰهُ، وَأَنَّ مُحَمَّدًا رَسُولُ اللَّٰهِ، وَيُقِيمُوا الصَّلَاةَ، وَيُؤْتُوا الزَّكَاةَ، فَإِذَا فَعَلُوا ذَٰلِكَ عَصَمُوا مِنِّي دِمَاءَهُمْ وَأَمْوَالَهُمْ إِ
- حراسة التوحيدإقامة البراهين على حكم من استغاث بغير الله«أُمِرْتُ أَنْ أُقَاتِلَ النَّاسَ حَتَّى يَشْهَدُوا أَنْ لَا إِلهَ إِلَّا اللهُ وَأَنَّ مُحَمَّدًا رَسُولُ اللهِ، وَيُقِيمُوا الصَّلَاةَ، وَيُؤتُوا الزَّكَاةَ، فَإِذَا فَعَلُوا ذَلِكَ عَصَمُوا مِنِّي دِمَاءَهُم وَأَمْوَالَهُمْ إِلَّا بِحَقّ
- رياض الصالحينرياض الصالحين مع فوائد وهدايات - 2«أُمِرْتُ أَنْ أقاتِلَ النَّاسَ حَتَّىٰ يَشْهَدُوا أَنْ لا إلهَ إلَّا الله، وَأَنَّ مُحَمَّداً رسولُ الله، وَيُقِيمُوا الصَّلاةَ، وَيُؤْتُوا الزَّكَاةَ، فَإذَا فَعَلُوا ذلِكَ عَصَمُوا مِنِّي دِمَاءَهُمْ وَأَمْوَالهمْ إلَّا بِحَقِّ الإسْلامِ
- رياض الصالحينرياض الصالحين مع فوائد وهدايات - 6«أُمِرْتُ أَنْ أقاتِلَ النَّاسَ حتىٰ يَشهدُوا أَنْ لاَ إلهَ إلَّا الله وَأَنَّ مُحَمَّداً رَسُولُ الله، وَيُقِيمُوا الصَّلاةَ، وَيُؤْتُوا الزَّكَاةَ، فَإذَا فَعَلوا ذلكَ عَصَمُوا مِنِّي دِمَاءَهُمْ وأَمْوَالَهُمْ إلَّا بِحَقِّ الإسْلامِ، وَ
- شرح الأربعين النووية«أُمِرْت أَنْ أُقَاتِلَ النَّاسَ حَتَّى يَشْهَدُوا أَنْ لَا إلَهَ إلَّا اللَّهُ وَأَنَّ مُحَمَّدًا رَسُولُ اللَّهِ، وَيُقِيمُوا الصَّلَاةَ، وَيُؤْتُوا الزَّكَاةَ، فَإِذَا فَعَلُوا ذَلِكَ عَصَمُوا مِنِّي دِمَاءَهُمْ وَأَمْوَالَهُمْ إلَّا بِح
- قاموس الكبائر موسوعة الكبائر - المجموعة الأولى«أُمِرْتُ أَنْ أُقَاتِلَ النَّاسَ حَتَّى يَشْهَدُوا أَنْ لَا إِلَهَ إِلَّا اللَّهُ، وَأَنَّ مُحَمَّدًا رَسُولُ اللَّهِ، وَيُقِيمُوا الصَّلَاةَ، وَيُؤْتُوا الزَّكَاةَ، فَإِذَا فَعَلُوا ذَلِكَ عَصَمُوا مِنِّي دِمَاءَهُمْ وَأَمْوَالَهُمْ إِلَّ
- قاموس الكبائر موسوعة الكبائر - المجموعة الأولى«أُمِرْتُ أَنْ أُقَاتِلَ النَّاسَ حَتَّى يَشْهَدُوا أَنْ لَا إِلَهَ إِلَّا اللَّهُ، وَأَنَّ مُحَمَّدًا رَسُولُ اللَّهِ، وَيُقِيمُوا الصَّلَاةَ، وَيُؤْتُوا الزَّكَاةَ، فَإِذَا فَعَلُوا ذَلِكَ عَصَمُوا مِنِّي دِمَاءَهُمْ وَأَمْوَالَهُمْ إِلَّ
- قاموس الكبائر«أُمِرْتُ أَنْ أُقَاتِلَ النَّاسَ حَتَّى يَشْهَدُوا أَنْ لَا إِلَهَ إِلَّا اللَّهُ، وَأَنَّ مُحَمَّدًا رَسُولُ اللَّهِ، وَيُقِيمُوا الصَّلَاةَ، وَيُؤْتُوا الزَّكَاةَ، فَإِذَا فَعَلُوا ذَلِكَ عَصَمُوا مِنِّي دِمَاءَهُمْ وَأَمْوَالَهُمْ إِلَّ
- قاموس الكبائر«أُمِرْتُ أَنْ أُقَاتِلَ النَّاسَ حَتَّى يَشْهَدُوا أَنْ لَا إِلَهَ إِلَّا اللَّهُ، وَأَنَّ مُحَمَّدًا رَسُولُ اللَّهِ، وَيُقِيمُوا الصَّلَاةَ، وَيُؤْتُوا الزَّكَاةَ، فَإِذَا فَعَلُوا ذَلِكَ عَصَمُوا مِنِّي دِمَاءَهُمْ وَأَمْوَالَهُمْ إِلَّ
- مادة العقيدة الإسلامية(أمرت أن أقاتل الناس )
- مشروع المنهج التعليميمادة التوحيد مستوى 3«أُمِرْتُ أَنْ أُقَاتِلَ النَّاسَ حَتَّى يَشْهَدُوا أَنْ لَا إِلَهَ إِلَّا اللهُ وَأَنَّ مُحَمَّدًا رَسُولُ اللهِ، وَيُقِيمُوا الصَّلَاةَ، وَيُؤْتُوا الزَّكَاةَ، فَإِذَا فَعَلُوا؛ عَصَمُوا مِنِّي دِمَاءَهُمْ وَأَمْوَالَهُمْ إِلَّا بِحَقِّهَ
- من معالم التوحيد«أُمِرْتُ أَنْ أُقَاتِلَ النَّاسَ حَتَّى يَشْهَدُوا أَنْ لاَ إِلَهَ إِلَّا اللهُ»
- موسوعة الإيمان«أُمِرْتُ أَنْ أُقَاتِلَ النَّاسَ حَتَّى يَشْهَدُوا أَنْ لَا إِلَهَ إِلَّا اللَّهُ، وَأَنَّ مُحَمَّدًا رَسُولُ اللَّهِ، وَيُقِيمُوا الصَّلَاةَ، وَيُؤْتُوا الزَّكَاةَ، فَإِذَا فَعَلُوا ذَلِكَ عَصَمُوا مِنِّي دِمَاءَهُمْ وَأَمْوَالَهُمْ إِلَّ
- موسوعة الإيمان«أُمِرْتُ أَنْ أُقَاتِلَ النَّاسَ حَتَّى يَشْهَدُوا أَنْ لَا إِلَهَ إِلَّا اللَّهُ، وَأَنَّ مُحَمَّدًا رَسُولُ اللَّهِ، وَيُقِيمُوا الصَّلَاةَ، وَيُؤْتُوا الزَّكَاةَ، فَإِذَا فَعَلُوا ذَلِكَ عَصَمُوا مِنِّي دِمَاءَهُمْ وَأَمْوَالَهُمْ إِلَّ