"যিয়ে আমাৰ দ্বীনৰ মাজত এনেকুৱা কোনো নতুন বিষয় সংযুক্ত কৰিব, যিটো ইয়াৰ অংশ নহয়, সেয়া প্ৰত্যাখ্যাত, (অৰ্থাৎ সেয়া গ্ৰহণযোগ্য নহয়)।
- التصنيف الشرعي
- العقيدةالبدعةالأربعون النووية
উম্মুল মুমিনীন উম্মু আব্দিল্লাহ আয়িশ্বাহ ৰাদ্বিয়াল্লাহু আনহাই বৰ্ণনা কৰি কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"যিয়ে আমাৰ দ্বীনৰ মাজত এনেকুৱা কোনো নতুন বিষয় সংযুক্ত কৰিব, যিটো ইয়াৰ অংশ নহয়, সেয়া প্ৰত্যাখ্যাত, (অৰ্থাৎ সেয়া গ্ৰহণযোগ্য নহয়)।" মুছলিমৰ এটা বৰ্ণনাত আছে যে, "যিয়ে এনেকুৱা কোনো আমল কৰিছে, যিটো আমাৰ চৰীয়তত নাই সেইটো প্ৰত্যাখ্যাত।"
«مَنْ أَحْدَثَ فِي أَمْرِنَا هَذَا مَا لَيْسَ مِنْهُ فَهُوَ رَدٌّ». وَفِي رِوَايَةٍ لِمُسْلِمٍ: «مَنْ عَمِلَ عَمَلًا لَيْسَ عَلَيْهِ أَمْرُنَا فَهُوَ رَدٌّ».
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, যিয়ে দ্বীনৰ ভিতৰত নতুনত্বৰ সৃষ্টি কৰিব অথবা এনেকুৱা কোনো আমল কৰিব, কোৰআন হাদীছত যিটোৰ কোনো প্ৰমাণ নাই, সেই আমল আমলকাৰীৰ প্ৰতিয়ে দলিয়াই দিয়া হ'ব, আল্লাহৰ ওচৰত সেইটো গ্ৰহণযোগ্য নহ'ব।
ইবাদত হৈছে কোৰআন আৰু হাদীছৰ দ্বাৰা সীমাবদ্ধ। গতিকে আমি আল্লাহৰ ইবাদত সেইদৰেই কৰোঁ যিদৰে কোৰআন আৰু হাদীছত বৰ্ণিত হৈছে, বিদআত তথা নতুনত্বৰৰ জৰিয়তে আমি ইবাদত নকৰোঁ।
দ্বীন যুক্তি আৰু পছন্দ-অপছন্দৰ ওপৰত ভিত্তি কৰি পালন কৰা নহয়। বৰং ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ অনুসৰণৰ জৰিয়তেহে পালন কৰা হয়।
এই হাদীছটো হৈছে দ্বীনৰ পৰিপূৰ্ণতাৰ প্ৰমাণ।
বিদআত হৈছে নতুনকৈ আৱিষ্কাৰ কৰা ধৰ্মীয় এনেকুৱা কোনো ইবাদত, কথা হওক বা কৰ্ম অথবা আক্বীদাহ, যিটো নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ যুগত তথা চাহাবাসকলৰ যুগত নাছিল।
এই হাদীছটো হৈছে ইছলামৰ এটা মৌলিক নীতি। অৰ্থাৎ আমলৰ মানদণ্ড নিৰ্ণায়ক হাদীছ। আল্লাহৰ উদ্দেশ্যে নকৰা আমলৰ ছোৱাব যিদৰে আমলকাৰীয়ে নাপায়, ঠিক সেইদৰে প্ৰত্যেক সেই আমল যিটো ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ চৰীয়ত মতে নহয়, সেই আমলো অগ্ৰহণযোগ্য তথা আমলকাৰীৰ প্ৰতি দলিয়াই দিয়া হ'ব।
এই হাদীছটো বিদআত ও খুৰাফাত, কুসংস্কাৰ, পৰম্পৰা আদিক প্ৰতিৰোধ তথা খণ্ডন কৰাৰ ক্ষেত্ৰত এটা মূল নীতি।
ধৰ্মীয় ক্ষেত্ৰতহে নতুনত্বৰ সৃষ্টি কৰিবলৈ নিষেধ কৰা হৈছে, দুনিয়াৱী ক্ষেত্ৰত নহয়।
ছহীহ বুখাৰী (3/ 184) (2697).
ছহীহ মুছলিম (3/ 1343) (1718).
অধিক (5)
التحفة الربانية في شرح الأربعين حديثًا النووية (ص16).
شرح الأربعين النووية.
لابن عثيمين (ص96).
فتح القوي المتين في شرح الأربعين وتتمة الخمسين.
للعباد (ص38).
গ্ৰন্থসমূহত উল্লেখিত
23 গ্ৰন্থসমূহ- কোৰআন আৰু ছুন্নাহৰ আলোকত হজ্জ, ওমৰাহ আৰু জিয়াৰতৰ বহুতো মাছআলা-মাছাইলৰ বিশ্লেষণ আৰু স্পষ্টীকৰণالتحقيق والإيضاح لكثير من مسائل الحج والعمرة والزيارة - النسخة المعتمدة“যিয়ে আমাৰ দ্বীনৰ মাজত এনে কোনো নতুন বিষয় সংযুক্ত কৰিব, যিটো ইয়াৰ অংশ নহয়, সেয়া হৈছে প্ৰত্যাখ্যাত, (অৰ্থাৎ সেয়া গ্ৰহণযোগ্য নহয়)।” [৩০]
- কোৰআন আৰু ছুন্নাহৰ আলোকত হজ্জ, ওমৰাহ আৰু জিয়াৰতৰ বহুতো মাছআলা-মাছাইলৰ বিশ্লেষণ আৰু স্পষ্টীকৰণالتحقيق والإيضاح لكثير من مسائل الحج والعمرة والزيارة - النسخة المعتمدة“যিয়ে আমাৰ দ্বীনৰ মাজত এনেকুৱা কোনো নতুন বিষয় সংযুক্ত কৰিব, যিটো ইয়াৰ অংশ নহয়, সেয়া হৈছে প্ৰত্যাখ্যাত, (অৰ্থাৎ সেয়া গ্ৰহণযোগ্য নহয়)।”[১২৪]
- حراسة التوحيدإقامة البراهين على حكم من استغاث بغير الله"যিয়ে আমাৰ দ্বীনৰ মাজত এনে কোনো নতুন বিষয় সংযুক্ত কৰিব, যিটো ইয়াৰ অংশ নহয়, সেয়া হৈছে প্ৰত্যাখ্যাত, (অৰ্থাৎ সেয়া গ্ৰহণযোগ্য নহয়)।"
- حراسة التوحيدالتحذير من البدع"যিয়ে আমাৰ দ্বীনৰ মাজত এনেকুৱা কোনো নতুন বিষয় সংযুক্ত কৰিব, যিটো ইয়াৰ অংশ নহয়, সেইটো প্ৰত্যাখ্যাত।"
- حراسة التوحيدالتحذير من البدع"যিয়ে আমাৰ দ্বীনৰ মাজত এনেকুৱা কোনো নতুন বিষয় সংযুক্ত কৰিব, যিটো ইয়াৰ অংশ নহয়, সেয়া হৈছে প্ৰত্যাখ্যাত, (অৰ্থাৎ সেয়া গ্ৰহণযোগ্য নহয়)।"
অধিক (18)
- خذ عقيدتك من الكتاب والسنة الصحيحة«من أحدث في أمرنا هذا ما ليس منه فهو رَدٌّ»
- رياض الصالحينرياض الصالحين مع فوائد وهدايات - 1 «مَنْ أَحْدَثَ في أَمْرِنا هَذَا مَا لَيْسَ مِنْهُ فَهُوَ رَدّ».
- شرح الأربعين النووية«مَنْ أَحْدَثَ فِي أَمْرِنَا هَذَا مَا لَيْسَ مِنْهُ فَهُوَ رَدٌّ».
- شرح الأصول الثلاثة«مَنْ أَحْدَثَ فِي أَمْرِنَا هَذَا مَا لَيْسَ مِنْهُ فَهُوَ رَدٌّ» [35]
- عقيدة الأئمة الأربعة«مَنْ أَحْدَثَ فِي أَمْرِنَا هَذَا مَا لَيْسَ مِنْهُ فَهُوَ رَدٌّ»
- عقيدة التوحيدعقيدة التوحيد وبيان ما يضادها...«مَنْ أَحْدَثَ فِي أَمْرِنَا هَذَا مَا لَيْسَ مِنْهُ فَهُوَ رَدٌّ»[87]،
- عقيدة التوحيدعقيدة التوحيد وبيان ما يضادها...«مَنْ أَحْدَثَ فِي أَمْرِنَا هَذَا مَا لَيْسَ مِنْهُ فَهُوَ رَدٌّ»[143]،
- عقيدة التوحيدعقيدة التوحيد وبيان ما يضادها...«مَنْ أَحْدَثَ فِي أَمْرِنَا هَذَا مَا لَيْسَ مِنْهُ فَهُوَ رَدٌّ»[146]،
- فضل الإسلام{ من أحدث في أمرنا هذا ما ليس منه فهو رد } [3] ،
- فهم السلف الصالح للنصوص الشرعية والرد على الشبهات حوله"من أحدث في أمرنا ما ليس منه فهو رد"[2].
- قاموس الكبائر موسوعة الكبائر - المجموعة الأولى«مَنْ أَحْدَثَ فِي أَمْرِنَا هَذَا مَا لَيْسَ مِنْهُ فَهُوَ رَدٌّ» [41].
- قاموس الكبائر«مَنْ أَحْدَثَ فِي أَمْرِنَا هَذَا مَا لَيْسَ مِنْهُ فَهُوَ رَدٌّ» [41].
- كامل الصورة (1و2) لتعزيز اليقين وتثبيت الثوابتكامل الصورة (1,2) لتعزيز اليقين وتثبيت الثوابتمنْ أَحْدَثَ فِي أَمْرِنَا هَذَا مَا لَيْسَ مِنْهُ فَهُوَ رَدٌّ»
- مادة العقيدة الإسلامية(من أحدث في أمرنا هذا ما ليس منه فهو رد)[12].
- مجموعة زاد الفقه (2)الفقه للمستوى الثاني ( مجموعة زاد )«من أحدث في أمرنا هذا ما ليس منه فهو رد».
- مجموعة زاد العقيده (4)العقيدة 4«مَنْ أَحْدَثَ في أَمْرِنا هَذا ما لَيْسَ منْهُ فَهُوَ رَدٌّ».
- مطوية الرقيةالرقية الشرعية - 1" مَن أحدث في أمرنا هذا ما ليس منه فهو رد".
- وثيقة منهج نبراس لمدارس نهاية الأسبوع1"من أحدث في أمرنا هذا ما ليس منه فهو رد"