কোনো সৎকৰ্মকেই তুমি তুচ্ছ জ্ঞান নকৰিবা। যদিও সেইটো তোমাৰ (মুছলিম) ভাতৃৰ সৈতে হাঁহিমুখে সাক্ষাৎ কৰাই নহওক কিয়।
আবু জৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মোক উদ্দেশ্যি কৈছিলঃ
কোনো সৎকৰ্মকেই তুমি তুচ্ছ জ্ঞান নকৰিবা। যদিও সেইটো তোমাৰ (মুছলিম) ভাতৃৰ সৈতে হাঁহিমুখে সাক্ষাৎ কৰাই নহওক কিয়।
«لَا تَحْقِرَنَّ مِنَ الْمَعْرُوفِ شَيْئًا، وَلَوْ أَنْ تَلْقَى أَخَاكَ بِوَجْهٍ طَلْقٍ».
হাদীছটোত নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে সৎকৰ্ম কৰিবলৈ উৎসাহিত কৰিছে। যিকোনো সৎকৰ্মকে তুচ্ছ জ্ঞান কৰা উচিত নহয়; সেয়া পৰিমাণত যিমানেই কম নহওক কিয় বা যিমানেই সৰু নহওক কিয়। আনকি সাক্ষাতৰ সময়ত হাঁহিমুখে সাক্ষাৎ কৰাটোও হৈছে এক প্ৰকাৰ সৎকৰ্ম। গতিকে প্ৰতিজন মুছলিমে এনেকুৱা সৰু-সুৰা সৎকৰ্মৰ বিষয়ে যত্নশীল হোৱা উচিত; কাৰণ ইয়াৰ দ্বাৰা মুছলিম ভাতৃৰ সৈতে ঘনিষ্ঠতা বৃদ্ধি হয় আৰু সাক্ষাতত আনন্দৰ বহি:প্রকাশ ঘটে।
...:
মুমিনসকলৰ মাজত পৰস্পৰ ভালপোৱা আৰু সাক্ষাতৰ সময়ত হাঁহিমুখে দেখা কৰা আৰু আনন্দিত হোৱাৰ গুৰুত্ব।
চৰীয়তৰ পৰিপূর্ণতা আৰু ব্যাপকতাৰ প্ৰমাণ। এই চৰীয়তে প্ৰত্যেক সেই বিষয়ক অন্তৰ্ভুক্ত কৰিছে যিটোৰ মাজত মুছলিমসকলৰ কল্যাণ আৰু ঐক্য নিহিত আছে।
সৎকৰ্মৰ প্ৰতি উৎসাহিত কৰা হৈছে, যদিও সেয়া পৰিমাণত কম হয়।
কোনো মুছলিম ব্যক্তিৰ সৈতে সাক্ষাৎ কৰাৰ সময়ত আনন্দ প্ৰকাশ কৰা মুস্তাহাব, কাৰণ ইয়াৰ দ্বাৰা তেওঁলোকৰ মাজত আন্তৰিকতা আৰু ভালপোৱা প্ৰকাশ পায়।
ছহীহ মুছলিম (4/ 2026) (2626).
(1/ 572).
অধিক (7)
منحة العلام في شرح بلوغ المرام.
لعبد الله الفوزان (10/ 119).
توضيح الأحكام من بلوغ المرام.
للبسام (7/ 341).
نزهة المتقين شرح رياض الصالحين.
بهجة الناظرين شرح رياض الصالحين.
لسليم الهلالي (2/ 20).
গ্ৰন্থসমূহত উল্লেখিত
14 গ্ৰন্থসমূহঅধিক (14)
- رياض الصالحينرياض الصالحين مع فوائد وهدايات - 4«لا تحْقِرَنَّ مِنَ المَعْرُوفِ شَيْئاً، وَلَوْ أَنْ تَلْقَىٰ أَخَاكَ بِوَجْهٍ طَلِيقٍ».
- رياض الصالحينرياض الصالحين مع فوائد وهدايات - 5«لاتَحْقِرَنَّ منَ المعْرُوف شَيئاً، ولو أنْ تَلْقىٰ أخَاكَ بوَجْه طليق».
- ما لا يسع أطفال المسلمين جهله«لَا تَحْقِرَنَّ مِنَ المَعْرُوفِ شَيْئًا، وَلَوْ أَنْ تَلْقَى أَخَاكَ بِوَجْهٍ طَلْقٍ»[151].
- ما لا يسع أطفال المسلمين جهله«لَا تَحْقِرَنَّ مِنَ المَعْرُوفِ شَيْئًا، وَلَوْ أَنْ تَلْقَى أَخَاكَ بِوَجْهٍ طَلْقٍ»[197].
- مجموعة زاد السيرة النبوية (2)1«لا تحقرن من المعروف شيئًا، ولو أن تلقى أخاك بوجه طَلِقٍ»
- مشروع المنهج التعليميمادة الحديث مستوى 1«لَا تَحْقِرَنّ مِنَ الْمَعْرُوفِ شَيْئًا، وَلَوْ أَنْ تَلْقَىَ أَخَاكَ بِوَجْهٍ طَلْقٍ»
- مشروع المنهج التعليميمادة الحديث مستوى 1«لَا تَحْقِرَنّ مِنَ الْمَعْرُوفِ شَيْئًا، وَلَوْ أَنْ تَلْقَىَ أَخَاكَ…».
- مشروع المنهج التعليميمادة الحديث مستوى 1«لَا تَحْقِرَنّ مِنَ الْمَعْرُوفِ شَيْئًا، وَلَوْ أَنْ تَلْقَىَ أَخَاكَ بِوَجْهٍ طَلْقٍ».
- مشروع المنهج التعليميمادة الحديث مستوى 1«لَا تَحْقِرَنّ مِنَ الْمَعْرُوفِ شَيْئًا، وَلَوْ أَنْ تَلْقَىَ أَخَاكَ بِوَجْهٍ طَلْقٍ».
- مشروع المنهج التعليميمادة الدعوة«لاَ تَحْقِرَنّ مِنَ الْمَعْرُوفِ شَيْئًا، وَلَوْ أَنْ تَلْقَىَ أَخَاكَ بِوَجْهٍ طَلْقٍ».
- مشروع المنهج التعليميمادة الدعوة«لاَ تَحْقِرَنّ مِنَ الْمَعْرُوفِ شَيْئًا، وَلَوْ أَنْ تَلْقَىَ أَخَاكَ بِوَجْهٍ طَلْقٍ».
- نبراس طالب (1)1«لَا تَحْقِرَنَّ مِنَ الْمَعْرُوفِ شَيْئًا، وَلَوْ أَنْ تَلْقَى أَخَاكَ بِوَجْهٍ طَلْقٍ»
- نبراس طالب (1)1«لَا تَحْقِرَنَّ مِنَ الْمَعْرُوفِ شَيْئًا».
- نبراس طالب (1)1«لَا تَحْقِرَنَّ مِنَ الْمَعْرُوفِ شَيْئًا وَلَوْ أَنْ تَلْقَى أَخَاكَ بِوَجْهٍ طَلْقٍ»