ঈমানৰ ফালেৰে পৰিপূৰ্ণ মুমিন হৈছে সেই ব্যক্তি, যিজন সিহঁতৰ মাজত উত্তম চৰিত্ৰৰ অধিকাৰী। তোমালোকৰ মাজত সৰ্বোত্তম হৈছে সেই ব্যক্তি, যিজন নিজৰ স্ত্ৰীৰ ওচৰত উত্তম।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
ঈমানৰ ফালেৰে পৰিপূৰ্ণ মুমিন হৈছে সেই ব্যক্তি, যিজন সিহঁতৰ মাজত উত্তম চৰিত্ৰৰ অধিকাৰী। তোমালোকৰ মাজত সৰ্বোত্তম হৈছে সেই ব্যক্তি, যিজন নিজৰ স্ত্ৰীৰ ওচৰত উত্তম।
«أَكْمَلُ الْمُؤْمِنِينَ إِيمَانًا أَحْسَنُهُمْ خُلُقًا، وَخَيْرُكُمْ خَيْرُكُمْ لِنِسَائِهِمْ».
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, পৰিপূৰ্ণ মুমিন হৈছে সেই ব্যক্তি, যিজন সচ্চৰিত্ৰৰ অধিকাৰী। অৰ্থাৎ যিয়ে হাঁহিমুখে সাক্ষাৎ কৰে, সৎকৰ্ম কৰে, উত্তম কথা কয় আৰু মানুহক কষ্ট নিদিয়ে। লগতে উত্তম মুমিন হৈছে সেইজন, যিজন নিজৰ স্ত্ৰীৰ ওচৰত উত্তম। অৰ্থাৎ যিয়ে নিজৰ স্ত্ৰীৰ সৈতে ভাল ব্যৱহাৰ কৰে, লগতে নিজৰ জীয়াৰি, বাই-ভনী আৰু আত্মীয় নাৰীৰ সৈতে ভাল ব্যৱহাৰ কৰে। কাৰণ তেওঁলোক হৈছে সদাচৰণ পোৱাৰ অধিক যোগ্য।
....:
উত্তম চৰিত্ৰৰ গুৰুত্ব, কাৰণ এইটো হৈছে ঈমানৰ অংশ।
আমলো হৈছে ঈমানৰ অংশ। ঈমান বৃদ্ধিও হয় আৰু হ্ৰাসো হয়।
ইছলামে নাৰীসকলক মৰ্যাদা প্ৰদান কৰিছে আৰু তেওঁলোকৰ প্ৰতি সদাচৰণ কৰিবলৈ উৎসাহিত কৰিছে।
ছুনান আবি দাঊদ (7/ 70) (4682).
ছুনান তিৰমিজী (2/ 454) (1162).
অধিক (9)
مسند أحمد ط الرسالة (12/ 364) (7402).
سلسلة الأحاديث الصحيحة وشيء من فقهها وفوائدها.
للألباني (1/ 573).
بهجة الناظرين شرح رياض الصالحين.
لسليم الهلالي (1/ 362).
شرح رياض الصالحين.
لابن عثيمين (3/ 130).
كنوز رياض الصالحين.
لمجموعة من الباحثين (5/ 234).
গ্ৰন্থসমূহত উল্লেখিত
11 গ্ৰন্থসমূহঅধিক (11)
- اعتقاد الأئمة الأربعةأكمل المؤمنين إيمانًا أحسنهم خلقًا....
- التمسك بالسنة النبوية وأثاره2«أكمل المؤمنين إيمانًا: أحسنهم خلقًا».
- ترجمة المقاطع المرئية - مشروع هدايات 1(أكمل المؤمنين إيماناً أحسنهم خُلقاً).
- دين الإسلام تعرضه نصوص القرآن وسنة خير الأنامعرض دين الإسلام بالأدلة النقلية(أكمل المؤمنين إيماناً أحسنهم خلقاً)[14]
- ما لا يسع أطفال المسلمين جهله«أَكْمَلُ المُؤْمِنِينَ إِيمَانًا: أَحْسَنُهُمْ خُلُقًا»[71].
- ما لا يسع أطفال المسلمين جهله«أَكْمَلُ المُؤْمِنِينَ إِيمَانًا أَحْسَنُهُمْ خُلُقًا»[174].
- ما لا يسع أطفال المسلمين جهله«أَكْمَلُ المُؤْمِنِينَ إِيمَانًا أَحْسَنُهُمْ خُلُقًا»[178].
- مشروع منهاج زادكزادك 2 طالب نهائي«أَكْمَلُ الْمُؤْمِنِينَ إِيمَانًا أَحْسَنُهُمْ خُلُقًا»
- مشروع منهاج زادكزادك 2 طالب نهائي«أَكْمَلُ الْمُؤْمِنِينَ إِيمَانًا أَحْسَنُهُمْ خُلُقًا».
- مشروع منهاج زادكزادك 2 طالب نهائي«أَكْمَلُ الْمُؤْمِنِينَ إِيمَانًا أَحْسَنُهُمْ خُلُقًا»
- نبراس طالب (1)1«أَكْمَلُ الْمُؤْمِنِينَ إِيمَانًا أَحْسَنُهُمْ خُلُقًا»