প্ৰশ্ন নং ১৪- ছুৰা আল-মাছাদ পাঠ কৰা আৰু ইয়াৰ ব্যাখ্যা কৰা?
- الباب / الفصل
- قسم التفسير
السؤال
س١٤: اقرأ سورة المسد وفسرها.
প্ৰশ্ন নং ১৪- ছুৰা আল-মাছাদ পাঠ কৰা আৰু ইয়াৰ ব্যাখ্যা কৰা?
الجواب
ج:سورة المسد وتفسيرها:
بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ
﴿تَبَّتۡ يَدَآ أَبِي لَهَبٖ وَتَبَّ 1
مَآ أَغۡنَىٰ عَنۡهُ مَالُهُۥ وَمَا كَسَبَ 2
سَيَصۡلَىٰ نَارٗا ذَاتَ لَهَبٖ 3
وَٱمۡرَأَتُهُۥ حَمَّالَةَ ٱلۡحَطَبِ 4
فِي جِيدِهَا حَبۡلٞ مِّن مَّسَدِۭ 5﴾
[المسد: ١-٥].
التفسير:
- ﴿تَبَّتۡ يَدَآ أَبِي لَهَبٖ وَتَبَّ1﴾:
خسرت يدا عم النبي صلى الله عليه وسلم، أبي لهب بن عبد المطلب بخسران عمله؛ إذ كان يؤذي النبي صلى الله عليه وسلم، وخاب سعيه.
- ﴿مَآ أَغۡنَىٰ عَنۡهُ مَالُهُۥ وَمَا كَسَبَ2﴾:
أيّ شيء أغنى عنه ماله وولده؟ لم يدفعا عنه عذابًا، ولم يجلبا له رحمة.
- ﴿سَيَصۡلَىٰ نَارٗا ذَاتَ لَهَبٖ3﴾:
سيدخل يوم القيامة نارًا ذات لهب، يقاسي حرّها.
- ﴿وَٱمۡرَأَتُهُۥ حَمَّالَةَ ٱلۡحَطَبِ4﴾:
وستدخلها زوجته أم جميل التي كانت تؤذي النبي صلى الله عليه وسلم، بإلقاء الشوك في طريقه.
- ﴿فِي جِيدِهَا حَبۡلٞ مِّن مَّسَدِۭ5﴾:
في عنقها حبل مُحْكَم الفَتْل تساق به إلى النار.
উত্তৰ- ছুৰা আল-মাছাদ আৰু ইয়াৰ তাফছীৰঃ
বিছমিল্লাহিৰ ৰহমানিৰ ৰাহীম। (১)
তাব্বাত য়াদা আবি লাহাব। (১) {ধ্বংস হওক আবু লাহাবৰ দুয়ো হাত আৰু সি নিজেও ধ্বংস হৈছে।}
মা আগনা আনহু মা-লুহু অমা কাছাব। (২) {তাৰ ধন-সম্পদ আৰু তাৰ উপাৰ্জন, তাৰ কোনো কামত নাহিল।}
ছায়াচলা না-ৰান যা-তা লাহাব। (৩) {অতিশীঘ্ৰেই সি লেলিহান জুইত পতিত হ’ব।}
অমৰাআতুহু হাম্মা-লাতাল হাত্বাব। (৪) {আৰু তাৰ স্ত্ৰীও- যিজনীয়ে ইন্ধন বহন কৰে,}
ফী জীদিহা হাবলুম মিম মাছাদ। (৫) {তাইৰ ডিঙিত থাকিব পকোৱা টান ৰছী।}
(ছুৰা আল-মাছাদঃ ১-৫)
তাফছীৰ