Skip to content
الإسلام دين رب العالمين

الإسلام دين رب العالمين

(আৰম্ভ কৰিছোঁ) পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত ইছলাম হৈছে বিশ্বজগতৰ প্ৰতিপালক প্ৰদত্ত ধৰ্ম আপোনাৰ প্ৰতিপালক কোন? এইটোৱেই হৈছে অস্তিত্বৰ আটাইতকৈ ডাঙৰ প্ৰশ্ন। এইটো এনেকুৱা এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন যিটোৰ উত্তৰ জনাটো প্ৰতিজন ব্যক্তিৰ বাবেই অনিবাৰ্য। আমাৰ প্ৰতিপালক হৈছে সেই সত্তা, যিজনে আকাশমণ্ডল আৰু পৃথিৱীক সৃষ্টি কৰিছে। যিজনে আকাশৰ পৰা পানী বৰ্ষণ কৰে আৰু তাৰ দ্বাৰা আমাৰ বাবে আৰু জীৱ-জন্তুৰ খাদ্য হিচাপে ফল-মূল আৰু গছ-গছনি উৎপন্ন কৰে, যিবোৰ আমি ভক্ষণ কৰোঁ। তেৱেঁই আমাক আৰু আমাৰ পূৰ্বপুৰুষসকলক সৃষ্টি কৰিছে, আনকি প্ৰতিটো বস্তুকে সৃষ্টি কৰিছে। তেৱেঁই দিন আৰু ৰাতিক সৃষ্টি কৰিছে। তেৱেঁই ৰাতিক বিশ্ৰামৰ…

0%
Font size