Skip to content

প্ৰশ্ন নং ৯- এই হাদীছটো সম্পূৰ্ণ কৰা আৰু ইয়াৰ কেইটামান গুৰুত্বপূৰ্ণ উপকাৰিতা উল্লেখ কৰা?

الباب / الفصل
قسم الحديث

السؤال

س9: أكمل حديث «لا حول ولا قوة إلا بالله ...»، واذكر بعض فوائده.

প্ৰশ্ন নং ৯- এই হাদীছটো সম্পূৰ্ণ কৰা আৰু ইয়াৰ কেইটামান গুৰুত্বপূৰ্ণ উপকাৰিতা উল্লেখ কৰা?

الجواب

ج:عن أبي موسى رَضِيَ اللَّهُ عَنْهُ، قال رسول الله صلى الله عليه وسلم:

«لا حول ولا قوة إلا بالله كنز من كنوز الجنة»

رواه البخاري ومسلم.

من فوائد الحديث:

  1. فضل هذه الكلمة، وأنها كنز من كنوز الجنة.
  2. تبرُّؤُ العبد من حوله وقوته، واعتماده على الله تَعَالَى وحده.

উত্তৰ- আবু মুছা ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

লা হাওলা অলা কুউৱাতা ইল্লা বিল্লাহ হৈছে জান্নাতৰ এটা ধন-ভাণ্ডাৰ।

ইয়াক বুখাৰী আৰু মুছলিমে বৰ্ণনা কৰিছে।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহঃ

১- এই দুআটোৰ গুৰুত্ব বুজোৱা হৈছে, লগতে এইটো হৈছে জান্নাতৰ এটা সম্পদ।

২- বান্দাই নিজৰ শক্তি-সামৰ্থক নত কৰি একমাত্ৰ আল্লাহৰ ওপৰত ভৰসা কৰা উচিত।