Skip to content

প্ৰশ্ন নং ৮- এই হাদীছটো সম্পূৰ্ণ কৰা আৰু ইয়াৰ কেইটামান গুৰুত্বপূৰ্ণ উপকাৰিতা উল্লেখ কৰা?

الباب / الفصل
قسم الحديث

السؤال

س8: أكمل حديث: «والذي نفسي بيده! ...»، واذكر بعض فوائده.

প্ৰশ্ন নং ৮- এই হাদীছটো সম্পূৰ্ণ কৰা আৰু ইয়াৰ কেইটামান গুৰুত্বপূৰ্ণ উপকাৰিতা উল্লেখ কৰা?

الجواب

ج:عن أبي سعيد رَضِيَ اللَّهُ عَنْهُ، عن رسول الله صلى الله عليه وسلم قال:

«والذي نفسي بيده! إنها لتعدل تعدل ثلث القرآن»

رواه البخاري.

بعض فوائد الحديث:

  1. فضل سورة الإخلاص.
  2. وأنها تعدل ثلث القرآن.

উত্তৰ- আবু ছাঈদ খুদৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

শপত সেই সত্ত্বাৰ, যাৰ হাতত মোৰ প্ৰাণ আছে! নিশ্চয় এইটো এক তৃতীয়াংশ কোৰআনৰ সমান।

বুখাৰীয়ে বৰ্ণনা কৰিছে।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহঃ

১- ছুৰা ইখলাচৰ ফজিলত।

২- এই ছুৰাটো এক তৃতীয়াংশ কোৰআনৰ সমান।