Skip to content

প্ৰশ্ন নং ১১- এই হাদীছটো সম্পূৰ্ণ কৰা আৰু ইয়াৰ কেইটামান গুৰুত্বপূৰ্ণ উপকাৰিতা উল্লেখ কৰা?

الباب / الفصل
قسم الحديث

السؤال

س11: أكمل حديث: «من كان آخر كلامه -من الدنيا- لا إله إلا الله..»، واذكر بعض فوائده.

প্ৰশ্ন নং ১১- এই হাদীছটো সম্পূৰ্ণ কৰা আৰু ইয়াৰ কেইটামান গুৰুত্বপূৰ্ণ উপকাৰিতা উল্লেখ কৰা?

الجواب

ج:عن معاذ بن جبل رَضِيَ اللَّهُ عَنْهُ قال: قال رسول الله صلى الله عليه وسلم:

«من كان آخر كلامه: لا إله إلا الله؛ دخل الجنة»

رواه أبو داود.

بعض فوائد الحديث:

  1. فضل لا إله إلا الله، وأن العبد يدخل بها الجنة.
  2. وفضل من كان آخر كلامه من الدنيا لا إله إلا الله.

উত্তৰ- মাআজ ইবনে জাবাল ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

যি ব্যক্তিৰ সৰ্বশেষ কথা লা ইলা-হা ইল্লাল্লাহ হ'ব (আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই,) তেওঁ জান্নাতত প্ৰৱেশ কৰিব।

ইয়াক আবু দাউদে বৰ্ণনা কৰিছে

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহঃ

১- লা ইলা-হা ইল্লাল্লাহৰ ফজিলত। ইয়াৰ ফলত বান্দা জান্নাতত প্ৰৱেশ কৰিব।

২- লগতে পাৰ্থিৱ জীৱনৰ সৰ্বশেষ বাক্য "লা ইলা-হা ইল্লাল্লাহ" হোৱাৰ ফজিলত।