Skip to content
বিশ্বজগতক কোনে সৃষ্টি কৰিছে? মোক কোনে সৃষ্টি কৰিছে? আৰু কিয় সৃষ্টি কৰিছে?

বিশ্বজগতক কোনে সৃষ্টি কৰিছে? মোক কোনে সৃষ্টি কৰিছে? আৰু কিয় সৃষ্টি কৰিছে?

সঁচাকৈ মই সঠিক পথত আছোঁনে? আকাশমণ্ডল আৰু পৃথিৱী, লগতে ইয়াৰ মাজত থকা মহান সৃষ্টিবোৰ যিবোৰক পৰিবেষ্টন কৰা সম্ভৱ নহয়, এইবোৰক কোনে সৃষ্টি কৰিছে? আকাশমণ্ডল আৰু পৃথিৱীৰ এই সুক্ষ্ম মজবুত তথা নিখুঁত ব্যৱস্থাপনা কোনে বনাইছে? মানুহক কোনে সৃষ্টি কৰিছে? কোনে ইয়াক চকু, কাণ আৰু বিবেক-বুদ্ধি প্ৰদান কৰিছে? লগতে কোনে ইয়াক বস্তু চিনি পোৱাৰ আৰু বাস্তৱতা বুজি পোৱাৰ শক্তি প্ৰদান কৰিছে?

ভাষা: lang_as
প্ৰস্তুতকাৰী:
সংস্কৰণ: 1.1

These files are generated automatically from the book's text; their layout may differ from the printed edition.

0%
Font size