Skip to content
নামাজৰ পদ্ধতি (এটা সৰু ভিডিঅ')

নামাজৰ পদ্ধতি (এটা সৰু ভিডিঅ')

ছালাত কেনেকৈ আদায় কৰিব লাগে তাৰ এটা সংক্ষিপ্ত বাস্তৱ প্ৰদৰ্শন, যাতে আমি সঠিক জ্ঞানৰ সৈতে আল্লাহৰ ইবাদত কৰিব পাৰোঁ আৰু আমাৰ ছালাত সকলো আৰকান আৰু চৰ্তৰ সৈতে পৰিপূৰ্ণ হয়। নামাজৰ পদ্ধতি যদি আমি নামাজ পঢ়িব বিচাৰোঁ, তেন্তে হাদাছে আচগৰ আৰু হাদাছে আকবৰৰ পৰা পৱিত্ৰতা অৰ্জন কৰাটো জৰুৰী। আৰু আমি পৱিত্ৰ কাপোৰ পৰিধান কৰি নিজৰ ছতৰ ঢাকি নামাজ আদায় কৰোঁ। আৰু আমাৰ শৰীৰ লগতে আমাৰ নামাজৰ ঠাই অপৱিত্ৰতাৰ পৰা পৱিত্ৰ হ'ব লাগিব। আমি কিবলামুখী হ'ব লাগিব। লগতে মুস্তাহাব হৈছে ছুতৰা সন্মুখত ৰাখি নামাজ পঢ়িব লাগে।

ভাষা: lang_as
প্ৰস্তুতকাৰী:
সংস্কৰণ: 2.0

These files are generated automatically from the book's text; their layout may differ from the printed edition.

0%
Font size