প্ৰশ্ন নং ২৮- কাপুৰুষতা কি? আৰু সাহসিকতা কাক বোলে?
- الباب / الفصل
- قسم الأخلاق
السؤال
س٢٨: ما هو الجبن؟ وما هي الشجاعة؟
প্ৰশ্ন নং ২৮- কাপুৰুষতা কি? আৰু সাহসিকতা কাক বোলে?
الجواب
ج:الجبن: أن يخاف مما لا ينبغي أن يخاف منه.
مثل الخوف من قول الحق وإنكار المنكر.
الشجاعة: وهي الإقدام على الحق، وذلك مثل الإقدام في ساحات الجهاد للدفاع عن الإسلام والمسلمين.
- وكان النبي ﷺ في دعائه يقول:
«اللَّهُمَّ إنِّي أعوذُ بكَ من الجُبنِ...».
- وقال رسولُ اللهِ ﷺ:
«المؤمنُ القويُّ خيرٌ وأحبُّ إلى اللهِ مِن المؤمنِ الضَّعيفِ، وفي كُلٍّ خيرٌ»
رواه مسلم.
উত্তৰ- কাপুৰুষতা হৈছে, যাক দেখি ভয় কৰিব নালাগে তাক দেখি ভয় কৰা।
উদাহৰণস্বৰূপে সত্য কথা কওঁতে ভয় কৰা আৰু বাতিলৰ বিৰোধিতা কৰিবলৈ ভয় কৰা।
সাহসিকতা হৈছে, সত্যৰ সৈতে আগুৱাই যোৱা। যেনে- ইছলাম আৰু মুছলিমৰ হৈ প্ৰতিৰক্ষাৰ বাবে সংগ্ৰাম কৰা।
এইকাৰণেই নবী চাল্লাল্লাহু আলাইহি অছাল্লামে দুআ কৰি কৈছিলঃ
হে আল্লাহ! মই কাপুৰুষতাৰ পৰা তোমাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰোঁ।
আৰু আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
আল্লাহৰ দৃষ্টিত দুৰ্বল মুমিনতকৈ শক্তিশালী মুমিন উত্তম তথা অধিক পছন্দনীয়, প্ৰতিটো কল্যাণকৰ ক্ষেত্ৰতেই।
ইয়াক মুছলিমে বৰ্ণনা কৰিছে।