Skip to content

প্ৰশ্ন নং ২৭- অপচয় কাক বোলে? কৃপণতা কাক কয়? আৰু উদাৰতা কি?

الباب / الفصل
قسم الأخلاق

السؤال

س٢٧: ما هو الإسراف؟ وما هو البخل؟ وما هو الكرم؟

প্ৰশ্ন নং ২৭- অপচয় কাক বোলে? কৃপণতা কাক কয়? আৰু উদাৰতা কি?

الجواب

ج:الإسراف: هو إنفاق المال بغير حقه، وعكسه: البخل: وهو الإمساك عن حقه.

والصحيح هو الوسط بينهما، وأن يكون المسلم كريمًا.

  • قال تَعَالَى:

﴿وَٱلَّذِينَ إِذَآ أَنفَقُواْ لَمۡ يُسۡرِفُواْ وَلَمۡ يَقۡتُرُواْ وَكَانَ بَيۡنَ ذَٰلِكَ قَوَامٗا﴾

[الفرقان: ٦٧].

ইছৰাফ বা অপচয় হৈছে অপ্ৰয়োজনত ধন-সম্পদ ব্যয় কৰা।

আনহাতে কৃপণতা হৈছে প্ৰয়োজনতো ধন-সম্পদ ব্যয় নকৰা।

কিন্তু উত্তম পন্থা হৈছে এই দুয়োৰে মধ্যৱৰ্তী পথ। লগতে মুছলিম ব্যক্তি উদাৰ হোৱা উচিত।

আল্লাহে কৈছেঃ

তেওঁলোকে যেতিয়া ব্যয় কৰে, তেতিয়া অপব্যয় নকৰে, আৰু কৃপণতাও নকৰে, বৰং তেওঁলোকে এই দুয়োৰে মধ্যৱৰ্তী পন্থা অৱলম্বন কৰে।

(ছুৰা আল-ফুৰক্বানঃ ৬৩)