Skip to content

প্ৰশ্ন নং ১- জিকৰ বা আল্লাহক স্মৰণৰ ফজিলত কি?

الباب / الفصل
قسم الأدعية والأذكار

السؤال

س١: ما هو فضل الذكر؟

প্ৰশ্ন নং ১- জিকৰ বা আল্লাহক স্মৰণৰ ফজিলত কি?

الجواب

ج:قال النبي صلى الله عليه وسلم:

«مثل الذي يذكر ربه والذي لا يذكر ربه، مثل الحي والميت»

رواه البخاري.

  • هذا لأن قيمة حياة الإنسان بقدر ذكره لله تَعَالَى.

উত্তৰ- নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

যি ব্যক্তিয়ে জিকৰ-আজকাৰ পাঠ কৰে আৰু যিয়ে পাঠ নকৰে, সিহঁতৰ উদাহৰণ হৈছে মৃত আৰু জীৱিতৰ দৰে।

বুখাৰীয়ে বৰ্ণনা কৰিছে।

কাৰণ মানুহৰ জীৱনৰ মূল্য এই কথাৰ ওপৰত নিৰ্ভৰ কৰে যে, তেওঁ কিমান সঘনাই মহান আল্লাহক স্মৰণ কৰে।