السؤال
س١٧: ما هو الحسد؟
প্ৰশ্ন নং ১৭- হাছাদ (ঈৰ্ষা) কাক বোলে?
الجواب
ج:هو تمني زوال النعمة عن الغير أو كراهية النعمة على الغير.
- قال تَعَالَى:
﴿وَمِن شَرِّ حَاسِدٍ إِذَا حَسَدَ﴾
[الفلق: ٥].
- وعن أنسِ بنِ مالكٍ رَضِيَ اللَّهُ عَنْهُ، أنَّ رسولَ اللهِ ﷺ قال:
«لا تَباغَضُوا، ولا تَحاسَدُوا، ولا تَدابَرُوا، وكُونوا -عِبادَ اللهِ- إخوانًا»
رواه البخاري ومسلم.
উত্তৰ- আনৰ ওপৰত হোৱা নিয়ামতক অপছন্দ কৰা অথবা সেই নিয়ামতৰ ধ্বংস কামনা কৰা।
যেনে- পৱিত্ৰ কোৰআনত আছেঃ "আৰু (মই আশ্ৰয় বিচাৰোঁ) হিংসুকৰ অনিষ্টৰ পৰা, যেতিয়া সি হিংসা কৰে।" (ছুৰা আল-ফালাক্বঃ ৫)
আনাছ বিন মালিক ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
তোমালোকে পৰস্পৰে বিদ্বেষ পোষণ নকৰিবা, পৰস্পৰে হিংসা নকৰিবা, এজনে আনজনৰ পৰা পৃথক হৈ নাযাবা। হে আল্লাহৰ বান্দাসকল! পৰস্পৰে ভাতৃ হৈ যোৱা।
ইয়াক বুখাৰী আৰু মুছলিমে বৰ্ণনা কৰিছে।