Skip to content

তাৱাজু কাক বোলে?

الباب / الفصل
قسم الأخلاق

السؤال

س١٩: ما هو التواضع؟

প্ৰশ্ন নং ১৯- তাৱাজু কাক বোলে?

الجواب

ج:هو أن لا يرى الإنسان نفسه على الناس، فلا يستحقر الناس ولا يرفض الحق.

  • قال تَعَالَى:

﴿وَعِبَادُ الرَّحْمَنِ الَّذِينَ يَمْشُونَ عَلَى الْأَرْضِ هَوْنًا﴾

[الفرقان: ٦٣]،

أي: متواضعين.

  • وقالَ رسولُ اللهِ ﷺ:

«وما تَواضَعَ أحَدٌ للهِ إلَّا رَفَعَهُ اللهُ»

رواه مسلم.

  • وقال صلى الله عليه وسلم:

«إنَّ اللهَ أَوْحى إليَّ أنْ تَواضَعُوا، حتَّى لا يَفخَرَ أحَدٌ على أحَدٍ، ولا يَبْغيَ أحَدٌ على أحَدٍ»

উত্তৰ- মানুহতকৈ নিজকে ডাঙৰ বুলি নভবা, লগতে মানুহক হেও প্ৰতিপন্ন নকৰা আৰু সত্যক অস্বীকাৰ নকৰা।

আল্লাহে কৈছেঃ

আৰু ৰহমানৰ প্ৰকৃত বান্দা হৈছে তেওঁলোকেই, যিসকলে পৃথিৱীত অত্যন্ত বিনম্ৰভাৱে চলাফুৰা কৰে।

(ছুৰা আল-ফুৰক্বানঃ ৬৩)

অৰ্থাৎ বিনীত হৈ।

আৰু আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

আৰু যিয়ে আল্লাহৰ বাবে বিনয়ী হয়, আল্লাহে তাৰ মৰ্যাদা উন্নীত কৰি দিয়ে।

ইয়াক মুছলিমে বৰ্ণনা কৰিছে।

তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

মহান আল্লাহে মোৰ ওচৰলৈ এই বিষয়ে অহী প্ৰেৰণ কৰিছে যে, তোমালোকে বিনয়ী হোৱা, যাতে কোনেও কাৰো ওপৰত অন্যায় নকৰে আৰু অহংকাৰো নকৰে।