Skip to content
নাস্তিকসকলৰ প্ৰতি সংক্ষিপ্ত বাৰ্তা

নাস্তিকসকলৰ প্ৰতি সংক্ষিপ্ত বাৰ্তা

নাস্তিকসকলৰ প্ৰতি এইটো এটা সংক্ষিপ্ত বাৰ্তা, যিটোৰ দ্বাৰা বিবেকক সম্বোধন কৰা হৈছে যে, এই সূক্ষ্ম সুশৃংখল মহাবিশ্বৰ পৰিচালনা তথা অনুপম ব্যৱস্থাপনাই প্ৰমাণ কৰে যে, এই মহাবিশ্ব নিজে নিজেই সৃষ্টি হোৱা নাই, বৰং ইয়াৰ এজন মহা প্ৰজ্ঞাবান স্ৰষ্টা আছে। তেন্তে এই সুন্দৰ ব্যৱস্থাপনা নিজে নিজেই শূন্যৰ পৰা অস্তিত্বলৈ অহাটো কোনো যুক্তি-যুক্ত কথা হ'ব পাৰে নে? গতিকে আপুনি আপোনাৰ হৃদয়ক চিন্তা আৰু গৱেষণাৰ বাবে উন্মুক্ত কৰক। সত্যৰ সন্ধান কৰক, হয়তো আপুনি এনে এটা জ্যোতিৰ সন্ধান পাব, যিয়ে আপোনাক হিদায়তৰ পথ দেখুৱাব।

ভাষা: lang_as
প্ৰস্তুতকাৰী: বিভিন্ন ভাষাত ইছলামিক কণ্টেণ্টৰ সেৱা প্ৰদানকাৰী সংস্থাৰ গৱেষণা সমিতি
সংস্কৰণ: 2.0

These files are generated automatically from the book's text; their layout may differ from the printed edition.

0%
Font size