Skip to content

السؤال

س٢٢: ما هي الغيبة؟

প্ৰশ্ন নং ২২- গীবত কাক বোলে?

الجواب

ج:هي ذِكْرُ أخيك المسلم بما يكره وهو غائب.

  • قال تَعَالَى:

﴿وَلَا يَغْتَبْ بَعْضُكُمْ بَعْضًا أَيُحِبُّ أَحَدُكُمْ أَنْ يَأْكُلَ لَحْمَ أَخِيهِ مَيْتًا فَكَرِهْتُمُوهُ وَاتَّقُوا اللَّهَ إِنَّ اللَّهَ تَوَّابٌ رَحِيمٌ﴾

[الحجرات: ١٢].

উত্তৰ- কোনো মুছলিম ভাতৃৰ অনুপস্থিতিত তাৰ বিষয়ে এনেকুৱা কথা কোৱা যিটোক সি অপছন্দ কৰে।

আল্লাহে কৈছেঃ

আৰু এজনে আনজনৰ গীবত নকৰিবা। তোমালোকৰ মাজৰ কোনোবাই তাৰ মৃত ভাতৃৰ মাংস খোৱোটো পছন্দ কৰিবনে? নিশ্চয় তোমালোকে তাক অপছন্দ কৰা। গতিকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা; নিশ্চয় আল্লাহ তাওবা কবুলকাৰী, পৰম দয়ালু।

(ছুৰা আল-হুজুৰাতঃ ১১)