Skip to content

প্ৰশ্ন নং ৭- বিশ্বস্ততাৰ বিপৰীত কি?

الباب / الفصل
قسم الأخلاق

السؤال

س٧: ما ضد الأمانة؟

প্ৰশ্ন নং ৭- বিশ্বস্ততাৰ বিপৰীত কি?

الجواب

ج:الخيانة، وهي تضييع حقوق الله تَعَالَى وحقوق الناس.

  • قال تعالى:

﴿يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُواْ لَا تَخُونُواْ ٱللَّهَ وَٱلرَّسُولَ وَتَخُونُوٓاْ أَمَٰنَٰتِكُمۡ وَأَنتُمۡ تَعۡلَمُونَ﴾

[الأنفال: ٢٧].

  • قال النبي عَلَيْهِ الصَّلَاةُ وَالسَّلَامُ:

«آيَةُ المُنافِقِ ثَلاثٌ» - وذكر منها - «وإذا اؤْتُمِنَ خانَ»

متفق عليه.

উত্তৰ- বিশ্বাসঘাতকতা, অৰ্থাৎ আল্লাহৰ অধিকাৰ আৰু মানুহৰ অধিকাৰ খৰ্ব কৰা।

যেনে- নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

মুনাফিকৰ চিহ্ন হৈছে তিনিটা, তাৰে এটা হৈছে আমানত ৰাখিলে বিশ্বাসঘাতকতা কৰা।

মুত্তাফাক্ব আলাইহ