Skip to content

السؤال

س٩: ما ضد الصدق؟

প্ৰশ্ন নং ৯- সত্যৰ বিপৰীত কি?

الجواب

ج:الكذب، وهو خلاف الحقيقة، من ذلك، الكذب على الناس، وإخلاف المواعيد، وشهادة الزور.

  • قال النبي صلى الله عليه وسلم:

«وإنَّ الكذِبَ يَهْدي إلى الفُجورِ، وإنَّ الفُجورَ يَهْدي إلى النَّارِ، وإنَّ الرَّجلَ لَيَكذِبُ حتَّى يُكتَبَ عندَ اللهِ كذَّابًا»

متفق عليه.

  • وقال النبي عَلَيْهِ الصَّلَاةُ وَالسَّلَامُ:

«آيةُ المُنافِقِ ثَلاثٌ» -وذكر منها- «إذا حدَّثَ كَذَبَ، وإذا وَعَدَ أَخلَفَ»

উত্তৰ- সত্যৰ বিপৰীত হৈছে মিছা, অৰ্থাৎ বাস্তৱৰ বিপৰীত। যেনে- মানুহৰ লগত মিছা কথা কোৱা, প্ৰতিশ্ৰুতি ভঙ্গ কৰা, মিছা সাক্ষী দিয়া।

যেনে- নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

আনহাতে মিছাই পাপকৰ্মৰ পথ দেখুৱায়, আৰু পাপকৰ্মই মানুহক জাহান্নামৰ ফালে লৈ যায়, কোনোবাই যেতিয়া অধিক মিছা কথা কয়, অৱশেষত আল্লাহৰ ওচৰত তাক মিছলীয়া বুলি লিপিবদ্ধ কৰা হয়।

মুত্তাফাক্ব আলাইহ

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আৰু কৈছেঃ

মুনাফিকৰ চিহ্ন হৈছে তিনিটা, তাত তেখেতে উল্লেখ কৰিছে, "কথা ক'লে মিছা কথা কয় আৰু প্ৰতিশ্ৰুতি দিলে ভংগ কৰে।"