প্ৰশ্ন নং ৬- মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম আল্লাহৰ ৰাছুল, এই সাক্ষ্য দিয়াৰ অৰ্থ কি?
- الباب / الفصل
- قسم العقيدة
السؤال
প্ৰশ্ন নং ৬- মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম আল্লাহৰ ৰাছুল, এই সাক্ষ্য দিয়াৰ অৰ্থ কি?
س6: ما معنى شهادة أنَّ محمدًا رسول الله؟
الجواب
উত্তৰ- ইয়াৰ অৰ্থ হৈছেঃ নিশ্চয় আল্লাহে তেখেতক বিশ্বজগতৰ বাবে সুসংবাদ প্ৰদানকাৰী আৰু সতৰ্ককাৰী হিচাপে প্ৰেৰণ কৰিছে।
গতিকে অনিবাৰ্য হৈছেঃ
১- তেখেতৰ আদেশৰ অনুসৰণ কৰা।
২- তেখেতে দিয়া সংবাদক সত্য বুলি বিশ্বাস কৰা।
৩- তেখেতৰ অবাধ্যতা নকৰা।
৪- চৰীয়ত মুতাবিক আল্লাহৰ ইবাদত কৰা, অৰ্থাৎ ছুন্নতৰ অনুসৰণ কৰা আৰু বিদআত পৰিত্যাগ কৰা।
যেনেঃ আল্লাহ তাআলাই কৈছেঃ যিয়ে ৰাছুলৰ আনুগত্য কৰে, তেওঁ প্ৰকৃততে আল্লাহৰ অনুসৰণ কৰে। (ছুৰা নিছাঃ ৮০), পৱিত্ৰ আল্লাহে আৰু কৈছেঃ
আৰু তেওঁ মনে সজা কথা নকয়। এয়া হৈছে কেৱল অহী, যিটো তেওঁৰ প্ৰতি অহীৰূপে প্ৰেৰণ কৰা হয়,
(ছুৰা আন-নাজমঃ ৩-৪)
সৰ্বশক্তিমান আল্লাহে আৰু কৈছেঃ
অৱশ্যে তোমালোকৰ বাবে আছে আল্লাহৰ ৰাছুলৰ মাজত উত্তম আদৰ্শ, সেই ব্যক্তিৰ বাবে যিয়ে আশা কৰে আল্লাহ আৰু শেষ দিৱসৰ আৰু যিয়ে আল্লাহক বেছি বেছি স্মৰণ কৰে।
(ছুৰা আল-আহঝাবঃ ২১)
ج:معناها: أن الله أرسله للعالمين بشيرًا ونذيرًا.
- ويجب:
- طاعته فيما أمر.
- تصديقه فيما أخبر.
- عدم معصيته.
- لا يعبد الله إلا بما شرع، وهو الاقتداء بالسنة وترك البدعة.
قال تَعَالَى:
﴿مَّن يُطِعِ ٱلرَّسُولَ فَقَدۡ أَطَاعَ ٱللَّهَۖ﴾
[النساء: 80]،
وقال سُبْحَانَهُ:
﴿وَمَا يَنطِقُ عَنِ ٱلۡهَوَىٰٓ 3
إِنۡ هُوَ إِلَّا وَحۡيٞ يُوحَىٰ 4﴾
[النجم: 3-4].
وقال جَلَّ وَعَلَا:
﴿لَّقَدۡ كَانَ لَكُمۡ فِي رَسُولِ ٱللَّهِ أُسۡوَةٌ حَسَنَةٞ لِّمَن كَانَ يَرۡجُواْ ٱللَّهَ وَٱلۡيَوۡمَ ٱلۡأٓخِرَ وَذَكَرَ ٱللَّهَ كَثِيرٗا﴾
[الأحزاب: 21].