Skip to content

প্ৰশ্ন নং ৭- মহান আল্লাহে আমাক কিয় সৃষ্টি কৰিছে?

الباب / الفصل
قسم العقيدة

السؤال

প্ৰশ্ন নং ৭- মহান আল্লাহে আমাক কিয় সৃষ্টি কৰিছে?

س7: لماذا خلقنا الله تَعَالَى؟

الجواب

উত্তৰ- আমাক একমাত্ৰ তেওঁৰ ইবাদতৰ বাবে সৃষ্টি কৰিছে, যাৰ কোনো অংশীদাৰ নাই।

খেল-ধেমালিৰ উদ্দেশ্যে সৃষ্টি কৰা নাই।

আল্লাহে কৈছেঃ

আৰু মই জিন আৰু মানুহক কেৱল এইকাৰণেই সৃষ্টি কৰিছোঁ যে, সিহঁত কেৱল মোৰেই ইবাদত কৰিব।

(ছুৰা আজ-জাৰিয়াতঃ ৫৬)

ج:خلقنا لعبادته وحده لا شريك له. ولم يخلقنا عبثًا أو للهو واللعب، أو يتركنا سدًى وهملًا.

قال تَعَالَى:

﴿وَمَا خَلَقۡتُ ٱلۡجِنَّ وَٱلۡإِنسَ إِلَّا لِيَعۡبُدُونِ﴾

[الذاريات: 56].