Skip to content

السؤال

س45: ما هو فضل الحج؟

প্ৰশ্ন নং ৪৪- হজ্জৰ ফজিলত কি?

الجواب

ج:عن أبي هريرة رَضِيَ اللَّهُ عَنْهُ، قال: سمعت رسول الله ﷺ يقول:

«من حج لله فلم يرفث ولم يفسق؛ رجع كيوم ولدته أمه»

رواه البخاري وغيره.

  • «كيوم ولدته أمه»: أي بغير ذنب.

উত্তৰ- আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ, তেখেতে কৈছেঃ

যি ব্যক্তিয়ে হজ্জ পালন কৰিলে আৰু (সেই হজ্জ কৰা সময়ত) কোনো ধৰণৰ অশ্লীল কৰ্ম কৰা নাই আৰু পাপকৰ্মও কৰা নাই, এনেকুৱা ব্যক্তি ঠিক সেইদিনৰ দৰে (নিষ্পাপ হৈ) ঘৰলৈ উভতিব, যিদিনা তাৰ মাকে তাক প্ৰসৱ কৰিছিল।

(বুখাৰীয়ে বৰ্ণনা কৰিছে)

অৰ্থাৎ নিষ্পাপ হৈ উভতিব।