Skip to content

ওমৰাৰ আৰকান কেইটা আৰু কি কি?

الباب / الفصل
قسم الفقه

السؤال

س47: ما أركان العمرة؟

প্ৰশ্ন নং ৪৬- ওমৰাৰ আৰকান কেইটা আৰু কি কি?

الجواب

ج:١. الإحرام.

  1. الطواف بالبيت.
  2. السعي بين الصفا والمروة.

উত্তৰ- ১-ইহৰাম।

২- বাইতুল্লাহৰ তাৱাফ কৰা।

৪- চাফা আৰু মাৰৱাৰ মাজত ছায়ী কৰা।