Skip to content

প্ৰশ্ন নং ২২- নিফাক কি আৰু ইয়াৰ প্ৰকাৰসমূহ কি কি?

الباب / الفصل
قسم العقيدة

السؤال

প্ৰশ্ন নং ২২- নিফাক কি আৰু ইয়াৰ প্ৰকাৰসমূহ কি কি?

س٢٢: ما هو النفاق وأنواعه؟

الجواب

উত্তৰ-

১- ডাঙৰ নিফাকঃ অন্তৰত কুফৰ গোপন ৰাখি ঈমান প্ৰকাশ কৰা।

ইয়াৰ ফলত ব্যক্তি ইছলামৰ পৰা বহিষ্কৃত হয়। এইটোৱেই হৈছে ডাঙৰ কুফৰ।

আল্লাহে কৈছেঃ

নিশ্চয় মুনাফিকসকলে জাহান্নামৰ সৰ্বনিম্ন স্তৰত থাকিব আৰু সিহঁতৰ বাবে তুমি কেতিয়াও কোনো সহায়ক নাপাবা।

(ছুৰা আন-নিছাঃ ৪৮)

২- সৰু নিফাকঃ

উদাহৰণস্বৰূপে মিছা কথা কোৱা, প্ৰতিশ্ৰুতি ভংগ কৰা, বিশ্বাসঘাতকতা কৰা।

ইয়াৰ ফলত যদিও ব্যক্তি ইছলামৰ পৰা বহিষ্কৃত নহয়, কিন্তু এইবোৰ হৈছে পাপকৰ্ম, ইয়াৰ ফলত ব্যক্তি শাস্তিৰ সন্মুখীন হ'ব।

আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

মুনাফিকৰ প্ৰতীক হৈছে তিনিটাঃ কথা ক'লে মিছা কথা কয়, প্ৰতিশ্ৰুতি কৰিলে ভংগ কৰে, আমানত ৰাখিলে বিশ্বাসঘাতকতা কৰে।

ইয়াক বুখাৰী আৰু মুছলিমে বৰ্ণনা কৰিছে।

ج:1. النفاق الأكبر: وهو إبطان الكفر وإظهار الإيمان.

ويُخرِجُ من الإسلام وهو من الكفر الأكبر.

قال تَعَالَى:

﴿إِنَّ ٱلۡمُنَٰفِقِينَ فِي ٱلدَّرۡكِ ٱلۡأَسۡفَلِ مِنَ ٱلنَّارِ وَلَن تَجِدَ لَهُمۡ نَصِيرًا﴾

[النساء: ١٤٥].

  1. النفاق الأصغر:

مثل: الكذب، وإخلاف الوعد، وخيانة الأمانة.

ولا يُخرج من الإسلام، وهو من الذنوب، وصاحبه معرَّض للعذاب.

قال رسول الله صلى الله عليه وسلم:

«آية المنافق ثلاث: إذا حدث كذب، وإذا وعد أخلف، وإذا اؤتمن خان»

رواه البخاري ومسلم.