Skip to content

প্ৰশ্ন নং ২৩- সৰ্বশেষ নবী তথা ৰাছুল কোন?

الباب / الفصل
قسم العقيدة

السؤال

প্ৰশ্ন নং ২৩- সৰ্বশেষ নবী তথা ৰাছুল কোন?

س٢٣: من هو خاتم الأنبياء والمرسلين؟

الجواب

উত্তৰ- মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম

আল্লাহে কৈছেঃ

মুহাম্মদ তোমালোকৰ মাজৰ কোনো পুৰুষৰে পিতৃ নহয়, বৰং তেওঁ হৈছে আল্লাহৰ ৰাছুল আৰু সৰ্বশেষ নবী।

(ছুৰা আল-আহঝাবঃ ২১)

আৰু আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

মই হৈছোঁ সৰ্বশেষ নবী আৰু মোৰ পিছত আন কোনো নবী নাহিব।

আবু দাউদ আৰু তিৰমিজীয়ে বৰ্ণনা কৰিছে।

ج:هو محمد صلى الله عليه وسلم.

قال تَعَالَى:

﴿مَّا كَانَ مُحَمَّدٌ أَبَآ أَحَدٖ مِّن رِّجَالِكُمۡ وَلَٰكِن رَّسُولَ ٱللَّهِ وَخَاتَمَ ٱلنَّبِيِّـۧنَۗ﴾

[الأحزاب: ٤٠].

وقال رسول الله ﷺ:

«وأنا خاتم النبيين لا نبي بعدي»

رواه أبو داود والترمذي وغيرهما.