Skip to content
সৎ চৰিত্ৰ

সৎ চৰিত্ৰ

এই পুস্তিকাখনত আল্লাহ আৰু মানুহৰ সৈতে আচাৰ-ব্যৱহাৰৰ ক্ষেত্ৰত অৱলম্বন কৰিবলগীয়া উত্তম চৰিত্ৰৰ দিশসমূহ আলোচনা কৰা হৈছে, য'ত আল্লাহৰ বাণী আৰু তেওঁৰ বিধানসমূহ সন্তুষ্টিৰে গ্ৰহণ কৰা আৰু তেওঁৰ নিৰ্ধাৰিত ভাগ্যৰ ওপৰত ধৈৰ্য্য ধাৰণ কৰাৰ প্ৰয়োজনীয়তা স্পষ্ট কৰা হৈছে। ইয়াৰ লগতে পুস্তিকাখনত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৱিত্ৰ জীৱনীৰ উদাহৰণসমূহৰ সহায়ত আনৰ সৈতে আচাৰ-ব্যৱহাৰৰ ক্ষেত্ৰত অৱলম্বন কৰিবলগীয়া সৎচৰিত্ৰৰ বিষয়সমূহ দাঙি ধৰা হৈছে, যেনে- কাকো কষ্ট নিদিয়া, দান কৰা আৰু হাঁহিমুখে সাক্ষাৎ কৰা।

ভাষা: lang_as
প্ৰস্তুতকাৰী: মুহাম্মদ বিন চলেহ আল-উছাইমীন
সংস্কৰণ: 2.0
Download PDF 643 KB

This PDF is generated automatically from the book's text; its layout may differ from the printed edition.

0%
Font size