Skip to content

প্ৰশ্ন নং ২১- পানাহাৰ কৰাৰ আগত কোনটো দুআ পঢ়িব লাগে?

الباب / الفصل
قسم الأدعية والأذكار

السؤال

س٢١: ماذا تقول قبل أكل الطعام؟

প্ৰশ্ন নং ২১- পানাহাৰ কৰাৰ আগত কোনটো দুআ পঢ়িব লাগে?

الجواب

ج:«بسم الله».

فإذا نسيت في أوله فقل:

«بسم الله في أوله وآخره»

رواه أبو داود والترمذي.

উত্তৰ- বিছমিল্লাহ।

পানাহাৰ কৰাৰ আগত যদি এইটো ক'বলৈ পাহৰি যোৱা তেন্তে এইটো দুআ পঢ়িব লাগেঃ

বিছমিল্লাহি ফি আওৱালিহি ৱা আখিৰিহ। (আৰম্ভণি আৰু শেষত আল্লাহৰ নামতেই পানাহাৰ কৰোঁ)

ইয়াক আবু দাউদ আৰু তিৰমিজীয়ে বৰ্ণনা কৰিছে।