Skip to content

প্ৰশ্ন নং ২৩- অতিথিয়ে গৃহস্থক কি দুআ দিব লাগে?

الباب / الفصل
قسم الأدعية والأذكار

السؤال

س٢٣: ما هو دعاء الضيف لصاحب الطعام؟

প্ৰশ্ন নং ২৩- অতিথিয়ে গৃহস্থক কি দুআ দিব লাগে?

الجواب

ج:«اللـهم بـارك لهـم فيما رزقتهـم، واغـفر لهم وارحمهم»

رواه مسلم.

উত্তৰ- আল্লা-হুম্মা বা-ৰিক লাহুম ফীমা ৰাঝাকতাহুম, অগফিৰ লাহুম অৰহামহুম। (হে আল্লাহ! তুমি তেওঁলোকক যি প্ৰদান কৰিছা, তাত তুমি বৰকত দিয়া, লগতে তেওঁলোকক ক্ষমা কৰি দিয়া আৰু তেওঁলোকৰ ওপৰত ৰহম কৰা।)

ইয়াক মুছলিমে বৰ্ণনা কৰিছে।