Skip to content

প্ৰশ্ন নং ২০- শোৱাৰ সময়ত কোনটো দুআ পঢ়িব লাগে?

الباب / الفصل
قسم الأدعية والأذكار

السؤال

س٢٠: ما تقول عند النوم؟

প্ৰশ্ন নং ২০- শোৱাৰ সময়ত কোনটো দুআ পঢ়িব লাগে?

الجواب

ج:«باسمك اللهم أموت وأحيا»

متفق عليه.

উত্তৰ- বিছমিকা আল্লা-হুম্মা আমূতু ওৱা আহয়া। (হে আল্লাহ! মই তোমাৰ নামতে মৃত্যুবৰণ কৰোঁ আৰু তোমাৰ নামতে জীৱিত হওঁ।)

মুত্তাফাক্ব আলাইহ