Skip to content

প্ৰশ্ন নং ১৫- মুহাব্বতৰ প্ৰকাৰসমূহ কি কি?

الباب / الفصل
قسم الأخلاق

السؤال

س١٥: ما أنواع خلق المحبة؟

প্ৰশ্ন নং ১৫- মুহাব্বতৰ প্ৰকাৰসমূহ কি কি?

الجواب

ج:محبة الله تَعَالَى.

قال تَعَالَى:

﴿وَٱلَّذِينَ ءَامَنُوٓاْ أَشَدُّ حُبّٗا لِّلَّهِ﴾

[البقرة: ١٦٥].

  • محبة الرسول صلى الله عليه وسلم.

قال ﷺ:

«والَّذي نَفْسي بِيَدِه، لا يُؤمِنُ أحدُكم حتَّى أكونَ أحبَّ إليهِ مِن والِدِه ووَلَدِه»

رواه البخاري.

محبة المؤمنين، ومحبة الخير لهم كما تحبه لنفسك.

قال النبي عَلَيْهِ الصَّلَاةُ وَالسَّلَامُ:

«لَا يُؤْمِنُ أَحَدُكُمْ حَتَّى يُحِبَّ لِأَخِيهِ مَا يُحِبُّ لِنَفْسِهِ»

উত্তৰ- আল্লাহৰ সৈতে মুহাব্বত কৰা।

আল্লাহে কৈছেঃ

আৰু যিসকলে ঈমান আনিছে তেওঁলোকে আল্লাহক অত্যন্ত ভাল পায়।

(ছুৰা আল-বাক্বাৰাহঃ ২৪)

ৰাছুলক মুহাব্বত কৰা

তেখেতে কৈছেঃ

শপত সেই সত্ত্বাৰ, যাৰ হাতত মোৰ প্ৰাণ আছে, তোমালোকৰ মাজৰ কোনেও তেতিয়ালৈকে প্ৰকৃত মুমিন হ'ব নোৱাৰিব, যেতিয়ালৈকে মই তাৰ ওচৰত তাৰ পিতৃতকৈ আৰু সন্তানতকৈও অধিক প্ৰিয় নহওঁ।

বুখাৰীয়ে বৰ্ণনা কৰিছে।

মুমিনসকলক মুহাব্বত কৰা, লগতে নিজৰ বাবে যিটো পছন্দনীয় সেইটো তেওঁলোকৰ বাবেও পছন্দ কৰা।

যেনে- নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

তোমালোকৰ মাজৰ কোনেও তেতিয়ালৈকে প্ৰকৃত মুমিন হ'ব নোৱাৰিব, যেতিয়ালৈকে সি নিজৰ বাবে যিটো পছন্দ কৰে সেইটো তাৰ ভাতৃৰ বাবে পছন্দ নকৰিব।