প্ৰশ্ন নং ১৪- এই হাদীছটো সম্পূৰ্ণ কৰা আৰু ইয়াৰ কেইটামান গুৰুত্বপূৰ্ণ উপকাৰিতা উল্লেখ কৰা?
- الباب / الفصل
- قسم الحديث
السؤال
س١٤: أكمل حديث: «من قرأ حرفًا من كتاب الله...»، واذكر بعض فوائده.
প্ৰশ্ন নং ১৪- এই হাদীছটো সম্পূৰ্ণ কৰা আৰু ইয়াৰ কেইটামান গুৰুত্বপূৰ্ণ উপকাৰিতা উল্লেখ কৰা?
الجواب
ج:عن عبدِ الله بن مسعودٍ رضي الله عنه: أنَّ النبي صلى الله عليه وسلم، قال:
«مَن قرأ حرفًا من كتاب الله فله به حسنة، والحسنة بعشر أمثالها، لا أقول: ألف لام ميم حرف، وَلَكِنْ ألفٌ حرفٌ، ولامٌ حرفٌ، وميمٌ حرفٌ»
رواه الترمذي.
بعض فوائد الحديث:
- فضل تلاوة القرآن.
- وأن بكل حرف تقرؤه لك به حسنات.
*******
উত্তৰ- আব্দুল্লাহ ইবনে মাছউদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
আল্লাহৰ কিতাবৰ পৰা যিয়ে এটা হৰফ (আখৰ) পাঠ কৰিব, ইয়াৰ ফলত তেওঁ এটা ছোৱাব পাব। লগতে প্ৰতিটো ছোৱাব দহগুণ বৃদ্ধি কৰি প্ৰদান কৰা হ'ব। মই এইটো নকওঁ যে, আলিফ, লাম, মীম হৈছে এটা হৰফ। বৰং আলিফ হৈছে এটা হৰফ, লাম হৈছে এটা হৰফ আৰু মীম হৈছে এটা হৰফ।
ইয়াক তিৰমিজীয়ে বৰ্ণনা কৰিছে
হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহঃ
১- কোৰআন তিলাৱত কৰাৰ ফজিলত।
২- প্ৰতিটো আখৰৰ বিনিময়ত আপোনাৰ বাবে আছে ছোৱাব।