প্ৰশ্ন নং ১০- তাওহীদৰ প্ৰকাৰসমূহ কি কি?
- الموضوعات
- التوحيد وحمايتهأهمية التوحيد
- التصنيف الشرعي
- العقيدةالإيمان بالله عز وجلتوحيد الربوبيةالعقيدةالإيمان بالله عز وجلتوحيد الألوهيةالعقيدةالإيمان بالله عز وجلتوحيد الأسماء والصفات
- الباب / الفصل
- قسم العقيدة
السؤال
প্ৰশ্ন নং ১০- তাওহীদৰ প্ৰকাৰসমূহ কি কি?
س10: ما أنواع التوحيد؟
الجواب
উত্তৰ- ১- তাওহীদুৰ ৰুবুবিয়্যাহঃ অৰ্থাৎ আল্লাহৰ প্ৰতি এই বুলি ঈমান পোষণ কৰা যে, তেৱেঁই হৈছে সৃষ্টিকৰ্তা, জীৱিকাদাতা, মালিক তথা নিয়ন্ত্ৰণকাৰী, তেওঁ একক তেওঁৰ কোনো অংশীদাৰ নাই।
২- তাওহীদুল উলুহিয়্যাহঃ একমাত্ৰ আল্লাহৰেই ইবাদত কৰা, আল্লাহৰ বাহিৰে আন কাৰো ইবাদত নকৰা।
৩- তাওহীদুল আছমা অচ-চিফাতঃ কোৰআন আৰু হাদীছত বৰ্ণিত আল্লাহৰ নাম আৰু গুণাৱলীসমূহৰ প্ৰতি ঈমান পোষণ কৰা, কোনো ধৰণৰ উপমা, সাদৃশ্যতা আৰু অস্বীকাৰ নকৰাকৈ।
তাওহীদৰ উক্ত এই তিনি প্ৰকাৰৰ প্ৰমাণ হৈছে আল্লাহ তাআলাৰ এই বাণীঃ
তেৱেঁই আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰে মাজত যি যি আছে সেই সকলোৰে ৰব্ব। সেয়ে কেৱল আপুনি তেওঁৰেই ইবাদত কৰক আৰু তেওঁৰ ইবাদতত ধৈৰ্য্য ধাৰণ কৰক। আপুনি তেওঁৰ সমনাম গুণ সম্পন্ন কাৰোবাক জানেনে?
(ছুৰা মাৰয়ামঃ ৬৫)
ج:1. توحيد الربوبية: وهو الإيمان بأن الله هو الخالق الرازق المالك المدبر، وحده لا شريك له.
- توحيد الألوهية: وهو إفراد الله بالعبادة، فلا يعبد أحد إلا الله تَعَالَى.
- توحيد الأسماء والصفات: وهو الإيمان بالأسماء والصفات لله تَعَالَى الواردة في الكتاب والسنة، من دون تمثيل، ولا تشبيه، ولا تعطيل، ولا تكييف.
ودليل أنواع التوحيد الثلاثة:
قوله تَعَالَى:
﴿رَّبُّ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِ وَمَا بَيۡنَهُمَا فَٱعۡبُدۡهُ وَٱصۡطَبِرۡ لِعِبَٰدَتِهِۦۚ هَلۡ تَعۡلَمُ لَهُۥ سَمِيّٗا﴾
[مريم: 65].