প্ৰশ্ন নং ১০- বৈঠকৰ শিষ্টাচাৰ কি কি?
- الباب / الفصل
- قسم الآداب الإسلامية
السؤال
س10: ما آداب المجلس؟
প্ৰশ্ন নং ১০- বৈঠকৰ শিষ্টাচাৰ কি কি?
الجواب
ج:1. أسلم على أهل المجلس.
- أجلس حيث ينتهي بي المجلس، لا أقيم أحدًا من مجلسه، أو أجلس بين اثنين إلا بإذنهما.
- أفسح المجلس ليجلس غيري.
- لا أقاطع حديث المجلس.
- أستأذن وأسلم قبل الانصراف من المجلس.
- فعن ابن عمر رضي الله عنهما، عن النبي صلى الله عليه وسلم:
«أنه نهى أن يقام الرجل من مجلسه، ويجلس فيه آخر، ولكن تفسحوا وتوسعوا».
رواه البخاري.
- في الحديث:
«إذا انتهى أحدكم إلى المجلس فليسلم، فإذا أراد أن يقوم فليسلم، فليست الأولى بأحق من الآخرة»
رواه الترمذي وأبو داود.
- عندما ينتهي المجلس أدعو دعاء كفارة المجلس وهو:
«سبحانك اللهم وبحمدك، أشهد أن لا إله إلا أنت، أستغفرك وأتوب إليك».
উত্তৰ- ১- বৈঠকত থকা লোকসকলক ছালাম কৰা।
২- বৈঠকৰ শেষৰ ফালে বহিব লাগে, বেলেগক উঠাই বহিব নালাগে, লগতে দুজন ব্যক্তিৰ মাজত বহিবলৈ অনুমতি লৈ বহিব লাগে।
৩- বৈঠক প্ৰশস্ত কৰিব লাগে, যাতে আনেও বহিব পাৰে।
৪- বৈঠকৰ আলোচনাত বাধা সৃষ্টি কৰিব পৰা কোনো কাম কৰিব নালাগে।
৫- বৈঠকৰ পৰা গুচি যাবলৈ অনুমতি লব লাগে আৰু ছালাম কৰিব লাগে।
৬- বৈঠক শেষ হোৱাৰ পিছত বৈঠকৰ কাফফাৰাৰ দুআ পাঠ কৰিব লাগে।
ছুবাহানাকা আল্লাহুম্মা অবিহামদিকা, আশ্বহাদু আল লা ইলা-হা ইল্লা আনতা, আছতাগফিৰুকা ওৱা আতুবু ইলাইক।