Skip to content

প্ৰশ্ন নং ৪১- সৎকৰ্মৰ আদেশ আৰু অসৎকৰ্মৰ পৰা নিষেধ কৰাৰ ক্ষেত্ৰত আমাৰ কৰ্তব্য কি?

الباب / الفصل
قسم العقيدة

السؤال

س41: ما هو واجب الأمر بالمعروف والنهي عن المنكر؟

প্ৰশ্ন নং ৪১- সৎকৰ্মৰ আদেশ আৰু অসৎকৰ্মৰ পৰা নিষেধ কৰাৰ ক্ষেত্ৰত আমাৰ কৰ্তব্য কি?

الجواب

ج:المعروف: هو الأمر بكل طاعة لله عَزَّ وَجَلَّ،

والمنكر: هو النهي عن كل معصية لله عَزَّ وَجَلَّ.

  • قال تَعَالَى:

﴿كُنتُمۡ خَيۡرَ أُمَّةٍ أُخۡرِجَتۡ لِلنَّاسِ تَأۡمُرُونَ بِٱلۡمَعۡرُوفِ وَتَنۡهَوۡنَ عَنِ ٱلۡمُنكَرِ وَتُؤۡمِنُونَ بِٱللَّهِۗ﴾

[آل عمران: ١١٠].

উত্তৰ- আল্লাহৰ আনুগত্য কৰিবলৈ দিয়া প্ৰতিটো নিৰ্দেশেই হৈছে আমৰ বিল-মাৰুফ। আনহাতে আল্লাহৰ অবাধ্যতাৰ পৰা বিৰত থাকিবলৈ দিয়া প্ৰতিটো নিষেধাজ্ঞাই হৈছে নাহি আনিল মুনকাৰ।

আল্লাহে কৈছেঃ

তোমালোকেই শ্ৰেষ্ঠ উম্মত, মানৱজাতিৰ (হিদায়তৰ) বাবে (তোমালোকক) উলিওৱা হৈছে, (কাৰণ) তোমালোকে সৎকৰ্মৰ আদেশ দিয়া আৰু অসৎকৰ্মৰ পৰা নিষেধ কৰা লগতে আল্লাহৰ প্ৰতি বিশ্বাস স্থাপন কৰা।

(ছুৰা আলে-ইমৰাণঃ ১৯)